আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 22, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

            Horoscope Today


৫ আঘোন , সোমবাৰ , ইং ২২ নৱেম্বৰ , ২০২১ । (Horoscope today)


১. *মেষ ৰাশি* (অ,ল) : -  প্ৰতিবাদী চিন্তা মনলৈ আহিব । আত্ম অহংকাৰ বৃদ্ধি পাব । শুভ ৰং বগা । জ্ঞান অৰ্জনৰ সুযোগ পাব । শৈশৱৰ স্মৃতি মনলৈ আহিব । বন্ধুৰ আগমন ।


২. *বৃষ ৰাশি*( উ,ব,ই) : - আত্মসন্তুষ্টি লাভ কৰাত কষ্ট পাব । উৎপাদন মুখী চিন্তা ব্ৰতী । শুভ ৰং মাখন । আনৰ বহুত চিন্তা নকৰিব । দালালৰ মানহানি । শত্ৰু বৃদ্ধি । ব্যয় । 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - নীতি নিষ্ঠাৰে কামত অগ্ৰসৰ হব পাৰিব । সম্পদ লাভ ।  শুভ ৰং সোনালী । ককাল ,পিঠি ,বুকু বিষ হব পাৰে । চঞ্চলতা কমাওক । শত্ৰু কমিব । 

 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্ম সচেতনতা বৃদ্ধি পাব । জখলা ,গছ আদিত নুঠিব । শুভ ৰং বগা । দূৰ ভ্ৰমণত সতৰ্ক থাকক । আলহীৰ পৰা আমনি পাব । দ্ৰব্য লাভ । ব্যয় । 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- স্বাধীন চিন্তাই ক্ৰিয়া কৰিব । উজুটি খাব পাৰে । শুভ ৰং মুগা । সাংবাদিক, লেখক , শিল্পীৰ দক্ষতা বৃদ্ধি । সম্পদ লাভ । উগ্ৰ সাহস নেদেখুৱাব ।


৬. *কন্যা ৰাশি* (প,ঠ) : - সচেতনতা বৃদ্ধি পাব । কৃষকৰ যোগাত্মক চিন্তা ।  শুভ ৰং  বগা । দৰিদ্ৰলোকক বগা বস্ত্ৰ দান কৰক । জমা ধন খৰচ হব পাৰে । দালালৰ কষ্ট বৃদ্ধি ।  (Horoscope today)


৭. *তুলা ৰাশি* (ৰ,ত): - গুৰৰ নীতি আদৰ্শত ব্ৰতী থাকি সুখী । ঔষধ , বস্ত্ৰ , পাচলি আদি ব্যৱসায়ত উন্নতি । শুভ ৰং মুগা । চকুৰ আমনি পাব পাৰে । পানীৰ পৰা ভয় । সন্তানৰ শুভ । শত্ৰু নাশ ।


৮. *বৃশ্চিক ৰাশি* (ন,য): - অহমিকা ভাব মনলৈ আহিব । সাংবাদিকৰ দক্ষতা বৃদ্ধি পাব পাৰে । শুভ ৰং বগা । গোপন তথ্য লাভ কৰিব । অভিনয়ত দক্ষতা বৃদ্ধি ‌। নাৱত নুঠিব । ভ্ৰমণ ।


৯. *ধনু ৰাশি* (ধ,ভ): - উদাসীনতা বৃদ্ধি পাব । পৰচৰ্চাত লিপ্ত নাথাকিব । শিৱ মন্দিৰ দৰ্শন কৰক । শুভ ৰং  মাখন । গণিতজ্ঞ , বিজ্ঞানীৰ সুখ্যাতি বৃদ্ধি । হতাশা আঁতৰিব ।


১০. *মকৰ ৰাশি* (খ,জ):  - মান অভিমান এৰাই চলক । গ্ৰহৰ প্ৰভাৱত কাৰ্য সিদ্ধি ।  শুভ ৰং সোণালী । বন্ধুৰ সংখ্যা বৃদ্ধি পাব । অহমিকাভাৱে ক্ষতি কৰিব পাৰে । অনিদ্ৰাত ভুগিব । 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - অধ্যয়নত মনোনিৱেশ কৰক । ঔষধৰ ব্যৱসায়ত উন্নতি । অতি ভোজনে বিপদত পেলাব । শুভ ৰং মাখন । গছত নুঠিব । প্ৰতিযোগী মনোভাৱ । ভ্ৰমণ ।


১২. **মীন ৰাশি-* ( দ,চ) :-  আত্ম অহংকাৰ বৃদ্ধি পাব । জমা ধন খৰচ হব পাৰে । সম্পত্তিৰ প্ৰতি লালসা বৃদ্ধি ।শুভ ৰং মুগা । শিৱ মন্দিৰ দৰ্শন কৰক । বিবাহৰ সংযোগ । ভ্ৰমণ । 


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো। 


 (Horoscope today)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages