আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 13, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

            Horoscope Today


২৬ কাতি, শনিবাৰ, ইং ১৩ নৱেম্বৰ, ২০২১। (Horoscope today)


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আযত্ব কৰাৰ সুযোগ লাভ কৰিব, ধন লাভ হব, সন্মান লাভ হব যদিও আজি আপুনি সজাগ নহলে মনত ভয় ভাৱ বাঢ়িব, আৰু আজি আপুনি সকলো কৰ্মতে সজাগ  হোৱাটো ভাল হব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও আজি আপুনি ঘৰুৱা দিশত সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বন্ধুৰ সহায় সহযোগিতা লাভ হব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহৰে কৰ্মক্ষেত্ৰ সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে  মনত সামান্য চিন্তা ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব, আনক সহায় কৰা মনোভাব বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ উৎসাহ হ্ৰাস  হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ ভাল কৰিব , কৰ্ম ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ  হোৱাৰ যোগ দেখা যায়।(Horoscope today)


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মক্ষেত্ৰ আজি আপুনি প্ৰসংশা লাভ হব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত প্ৰৰিশ্ৰম বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ হব, লগতে আজি আপোনাৰ অৰ্থীক দিশটো শুভ হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, সঞ্চয় কৰাৰ সুযোগ পাৱ, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আনক উপকৃত কৰা মনোভাৱ বাঢ়িব , কৰ্ম দক্ষতা বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান  হোৱাটো ভাল হব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ হব, কৰ্মত শুভ হব, যদিও আজি আপুনি পাৰা পক্ষত দূৰ ভ্ৰমণ নকৰাই ভাল হব, লগতে আজি আপোনাৰ আৰ্থিক দিশত সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে  আজি আপুনি আপোনাৰ সমস্যাৰ বোৰ  সমাধান কৰাব সুযোগ লাভ কৰিব।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages