ৰহস্যময়ী হত্যাকাণ্ড খণ্ড নং ৬ ( অন্তিম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 28, 2021

ৰহস্যময়ী হত্যাকাণ্ড খণ্ড নং ৬ ( অন্তিম খণ্ড ) : Assamese Storyboard

Assamese Storyboard


তাক গাঁড়ীৰে অ'ভাৰটেক কৰি আগভেটি ধৰিলো আৰু গাড়ীৰ ভিতৰত দাড়ে ৰেপি হত্যা কৰি চিটত পেলাই থৈ গলো প্ৰথমে মুৰত পিছ অংশত আঘাত কৰিছিলো। ৰাতি আন্ধাৰত মোক কোনেও নেদেখিল আৰু মানুহ প্ৰায় নাছিল সেই ঠাইত।( Assamese Storyboard )

        

কিন্তু ঘৰ আহি মোৰ পত্নীৰ হাতত মই ধৰা পৰি গলো দা খনৰ চিন - চাপ নোহোৱা ব্যৱস্থা কৰি থাকোঁতে। 

     

নয়নাইও গম পাই যাব এতিয়া মই বহুত ভয় খাইছিলো সেয়েহে মই মোৰ পত্নীক বিভিন্ন ইনজেকচন আৰু মেডিচিন দি অসুস্থ কৰি কথা পাতিব নোৱাৰাকৈ ভিতৰতে ৰাখিছিলোঁ আৰু সময় আহিলে মোৰ পত্নী আৰু বোৱাৰী নয়না দুয়োকে ৰাস্তাৰ পৰা আঁতৰাই দিয়াৰ কথা ভাবিছিলো কিন্তু নহল।

                  

বাহ  চৌধুৰী আপোনাৰ মগজুক কিন্তু মানিব লাগিব দুইবাৰকৈ মিছা মাতিল আমাৰ আগত কিন্তু ধৰিব নোৱাৰিলো  কিন্তু এইবাৰ নিজ পত্নীয়ে ধৰা পেলোৱাত সহায় কৰিলে। পাৰ্থসাৰথিয়ে আদেশ দিলে দুজন কনিষ্ঠবলক লৈ যাওক। ( Assamese Storyboard )

 

এওঁক লক আপত ভৰাই থক আজীৱন থাকিব এতিয়া  ৰঙাঘৰত এতিয়া হত্যাকাৰীও আপুনিয়ে ওলাল।

      

আজি ভালকৈ উশাহটো লব পাৰিম ৰক্তিম কেচ চলভ দুয়োৱে এটা গহীন হাহি মাৰিলে।

             

নয়না সেই বন্দীশালৰ পৰা উদ্ধাৰ হল মাকৰ  ঘৰলৈ গুছি গল। আৰু পপীয়ে নিজৰ লগত হোৱা সকলো ঘটনা ঘৰত কৈ ক্ষমা খুজিলে আৰু সন্তানটোৰ দায়িত্ব তাই নিজেই লব চিংগল মাডাৰ হিচাপে আৰু যিহেতু তাইৰ পাৰ্ট টাইম জবটো আছিলেই।


সমাপ্ত।


জাহ্নবী কেওঁট


( Assamese Storyboard )

বিঃদ্ৰঃ উক্ত ধাৰাবাহিকটি জাহ্নবী কেওঁটৰ দ্বাৰা লিখিত ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages