অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত শিক্ষামন্ত্ৰী ৰনুজ পেগু : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত শিক্ষামন্ত্ৰী ৰনুজ পেগু : Assamese news

 

Assamese news

কালি যোৰহাটত সংঘটিত নিন্দনীয় ঘটনাত প্ৰাণ হেৰুওৱা এগৰাকী সম্ভাৱনাময় যুৱক অনিমেষ ভূঞাৰ দেৰগাঁৱৰ খকন্দগুৰিৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে শিক্ষামন্ত্ৰী ৰনুজ পেগুয়ে।( Assamese news )


শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, "ইতিমধ্যে ১৫ দিনৰ ভিতৰত ঘটনাটোৰ অভিযোগনামা দাখিল কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰক্ষীক নিৰ্দেশ দিছে।আৰু ভুক্তভোগীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে তাৰ বাবে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ইয়াৰ বিচাৰ কৰা হ'ব।( Assamese news )

No comments:

Post a Comment

Advertisement

Pages