অত্যাধুনিক ধানকটা যন্ত্ৰৰ শুভাৰম্ভ কৰি অতুল বৰাৰ এই আহ্বান : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

অত্যাধুনিক ধানকটা যন্ত্ৰৰ শুভাৰম্ভ কৰি অতুল বৰাৰ এই আহ্বান : Assamese news

 

Assamese news


উদ্যান শস্য বিভাগৰ সহযোগ তথা Mission Organic Value Chain Development for North-Eastern Region (MOVCD- NER) আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ তেতেলীয়াস্থিত Tetelia Agro Organic Producer Company Ltd জৈৱিক কৃষি উৎপাদক কোম্পানীটোৰ এটি অত্যাধুনিক ধানকটা যন্ত্ৰ (Paddy Harvesting Machine)ৰ আজি শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই।( Assamese news )


অসমৰ কৃষি আধুনিকীকৰণ যাত্ৰাত এই জৈৱিক কৃষি উৎপাদক কোম্পানীটোক অনাগত দিনত অগ্ৰণী ভূমিকা ল'বলৈ আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে।( Assamese news )

Assamese news


No comments:

Post a Comment

Advertisement

Pages