জলকীয়াৰ অপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

জলকীয়াৰ অপকাৰিতা : Assamese Health Tips

Assamese Health Tips


বহু লোকৰে জলকীয়া নহলে নচলে। খাদ্যত ইয়াৰ আছে বিশেষ প্ৰভাৱ। সেয়ে জলকীয়া সকলো ৰন্ধন কাৰ্য্যত ব্যৱহাৰ কৰা হয়। কিন্তু কিছু সংখ্যকলোকৰ বাবে জলকীয়া অপকাৰীও হব পাৰে। এই বিষয়ত সজাগ নহলে জলকীয়াই বিপদ ঘটোৱাৰ আশংকা থাকে। জানি লঁও আহক, কেনে কাৰণত জলকীয়া খোৱাটো উচিত নহয়। Assamese Health Tips ) 


১/অত্যাধিক জলকীয়া খালে হাপানি ৰোগত আক্ৰান্ত লোকৰ বিপদ বৃদ্ধি হব পাৰে। গতিকে আপুনি যদি হাপানি ৰোগী বা শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্রান্ত, তেতিয়া আপুনি জলকীয়া, বিশেষ কৰি ৰঙা জলকীয়া সম্পূর্ণ ভাৱে পৰিহাৰ কৰা উচিত। 


২/কোষ্ঠিকাঠিন্যত ভোগা লোকসকলে একেবাৰে জলকীয়া খাব নালাগে। অন্যথা সমস্যাটোৱে পাইলছৰ ৰূপ লয়। ইয়াৰ উপৰিও ইতিমধ্যে যিসকলৰ হেমৰইড আছে, তেওঁলোকৰ বাবে জলকীয়া সেৱন, তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে। Assamese Health Tips ) 


৩/ছালৰ সমস্যা থকা বা প্ৰায়ে ছালত চোকোৰা, খৰ-খজুৱতি থকা লোকসকলে জলকীয়া খাব নালাগে। সেউজীয়া জলকীয়াত কেপচাইচিন থাকে, যিয়ে সমস্যাটো বৃদ্ধি কৰে। 


৪/পাকস্থলীৰ আলচাৰ থকা লোকসকলে জলকীয়া খোৱা সম্পূর্ণ ৰূপে পৰিহাৰ কৰিব লাগে। জলকীয়া খালে এনে ৰোগ গভীৰ কৰে। 


৫/এচিডিটি থকা লোকসকলে জলকীয়া খোৱা পৰিহাৰ কৰিব লাগে। বিশেষ কৰি ৰঙা জলকীয়া একেবাৰে খাব নালাগে। অন্যথা পেটৰ জ্বলা পোৰা আৰু এচিডিটিৰ সমস্যা বহুত বৃদ্ধি পায়। ইয়াৰ উপৰি অত্যাধিক জলকীয়া খোৱা লোক কেতিয়াবা ডায়েৰিয়াত ভোগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Health Tips ) 

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages