থাইৰয়ডৰ লক্ষণ আৰু নিয়ন্ত্ৰণত ৰাখিবলৈ আয়ুৰ্বেদিক ঔষধ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

থাইৰয়ডৰ লক্ষণ আৰু নিয়ন্ত্ৰণত ৰাখিবলৈ আয়ুৰ্বেদিক ঔষধ : Assamese Health Tips

Assamese Health Tips


থাইৰয়ডৰ সমস্যাটো আজিকালি এটা গম্ভীৰ সমস্যাত  পৰিণত  হৈছে ।  থাইৰয়ড দুই ধৰণৰ হয় ।  Hyperthyroidism আৰু Hypothyroidism ।Assamese Health Tips ) 


থাইৰয়ড হলে অকস্মাৎ ওজন বাঢ়ি যায় বা অকস্মাৎ কমি যায় । এই ৰোগটো  নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদত অতি উন্নত মানৰ ঘৰুৱা চিকিৎসা আছে আৰু অতি সোনকালে ভাল ফল পোৱা যায় ।


থাইৰয়ড লক্ষণসমূহ :


প্ৰথম লক্ষণ হল  অকস্মাত অতি কম দিনৰ ভিতৰত ওজন কমি যায় বা অস্বাভাৱিক ভাবে ওজন বাঢ়ি যায় ।


দ্বিতীয়তে যিকোনো কাম কৰিলে বা এনেয়েও ভাগৰ ভাগৰ লাগি থাকে ।


তৃতীয়তে গলধনত খজুৱতি হোৱা এৰি ফুলি উঠা দেখা যায় ।


চতুৰ্থতে ভোক নোহোৱা হোৱা আৰু খুব ঘাম ওলোৱা আদিয়েই প্ৰধান ।


তাৰ উপৰিও সদায় টোপনি লাগি থকা , চকু ফুলি উঠা , গাঁঠি বিলাক বিষাই থকা আৰু সঘনাই কোষ্ঠকাঠিন্য আদি হৈ থকাও দেখা যায় ।


থাইৰয়ডৰ ফলত হাড় বোৰ ক্ৰমাৎ দুৰ্বল হব ধৰে আৰু মাংসপেশী বিলাকো দুৰ্বল হব ধৰে । এনে অৱস্থাত নিয়মিত তেজ পৰীক্ষা কৰি থকাৰ দৰকাৰ । 

Hyperthyroidism আৰু Hypothyroidism দুইটাই যদিও ঠাইৰদৰেই প্ৰকাৰ , তথাপিও দুইটাৰ লক্ষণ বেলেগ বেলেগ দেখা যায় ।। Assamese Health Tips ) 


Hypothyroidism ৰ কেইটামান লক্ষণ :


মুখমণ্ডল ফুলি উঠে , ছাল শুকাই যোৱা , ওজন অস্বাভাৱিক ভাবে , ভাগৰ লগা , শৰীৰৰ পৰা ঘাম নোলোৱা হোৱা , সঘনাই কোষ্ঠকাঠিন্য হোৱা , মহিলাসকলৰ মাহেকীয়া অনিয়মিত হোৱা  ইত্যাদি ।।


Hyperthyroidism ৰ কেইটামান বিশেষ লক্ষণ :


চুলি সৰিব ধৰা , হাত কপিব ধৰা , বহুত গৰম লাগি থকা আৰু ঘাম বেছি ওলোৱা ,  ওজন কমি যোৱা , গা খুজাই থকা আৰু দুৰ্বল লাগি থকা আদিয়েই প্ৰধান ।


থাইৰয়ড  নিয়ন্ত্ৰণত ৰাখিবৰ বাবে ঘৰুৱা  আয়ুৰ্বেদিক ঔষধ :::


শুকান আদা গুড়ি কৰি আধা চামুছ লৈ তাত আধা চামুছ  ধনীয়া গুটি মিহলাই  এক গ্ৰাম ডালচিনি দি  আধা লিটাৰ পানীত গৰম কৰক । 


পানী উতলাই লৈ  চাহৰ নিচিনা গৰমে গৰমে দৈনিক ৰাতিপুৱা খাওক  । 


গলত  গৰম আৰু ঠাণ্ডা পানীৰ  সেক দিয়ক দৈনিক পুৱা-গধূলি ।


3 মিনিট গৰম পানী আৰু এক মিনিট ঠাণ্ডা পানী সেক দিয়ক 20 মিনিট কৈ ।


থাইৰয়ড এটা গম্ভীৰ ৰোগ হয়  । সময় থাকোতেই ইয়াৰ চিকিৎসা নকৰিলে পাছত ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে ।।


ঠাইৰয়ডৰ  বনৌষধিৰ বাবে তলৰ link টো ক্লিক কৰক । 

https://sanjeevan.catalog.to/s/gallery/sanjeevan/ayurvedic/zxh/product/-Mi2n-plKzfxZmu8lw5C


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages