চূণ আৰু ইয়াৰ উপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 25, 2021

চূণ আৰু ইয়াৰ উপকাৰিতা : Assamese Health Tips

Assamese Health Tips

সচৰাচৰ আমি তামোলৰ লগত বা পাণৰ লগত চূণ খাওঁ । এই চূণ খোৱা পৰম্পৰাটো কেতিয়া আৰম্ভ হৈছে তাক সঠিককৈ কব পৰা নাযায় । অকল অসমতে নহয় , ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে  পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ পাণৰ লগত চূণ খোৱা নিয়মটো বহুত আগৰ পৰাই চলি আছে । Assamese Health Tips )


চূণৰ অদ্ভুত গুণৰ কথা ভাবিয়েই চাগে আমাৰ পূৰ্বপুৰুষ সকলে এনেকৈ চূণ খোৱাটো এটা নিয়মৰ নিচিনাকৈ আমাক বান্ধি দি গৈছে ।


এই চূণৰ প্ৰায় 70 বিধ ৰোগ ঠিক কৰিব পৰা গুণ আছে  ।তাৰে কেইটামান বহুত দৰকাৰী আৰু উপকাৰী ৰোগৰ কথা তলত লিখিলোঁ ।


১) চূণত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু ভিটামিন B থাকে ।কেলচিয়ামৰ অভাৱত হব পৰা সকলো ৰোগ চূণ খালে ঠিক হৈ যায় ।


২) গাত যিকোনো ঠাইত টেমুনা হলে চূণ খালে ঠিক হৈ যায় । এই টেমুনা কেলচিয়ামৰ অভাৱত হয় আৰু শেষত গৈ কেঞ্চাৰ হয় ।


৩) মহিলাসকলৰ স্তনত হোৱা টেমুনা বা গুটি চূণ খালে নাইকিয়া হৈ যায় ।


৪) হাত ভৰি দুৰ্বল হোৱা , খোজ থৰক বৰক কৰা আদিত চূণ খালে উপকাৰ পায় । Assamese Health Tips ) 


৫) ভৰি ফুলি গৈ হাতীৰ নিচিনা হোৱা , যিটো ৰোগক হাতীৰ ভৰি হোৱা বুলিও কোৱা হয় , চূণ খালে ঠিক হয় ।


৬) শিশু সকলৰ হাত ভৰি বিষ হোৱা  আদিত চূণ খুৱাব পাৰে ।


৭) পেটত হোৱা পেলু ধ্বংস কৰাৰ বাবেও চূণ খুৱাব পাৰে ।


৮) অকস্মাত হোৱা বমি বন্ধ কৰাৰ বাবে চুনৰ পানী  খাব পাৰে ।


৯) কঁকালৰ বিষ , আঁঠুৰ বিষ , ৰাজহাড়ৰ বিষ আদি সকলোতে চূণ চূণ খালে বহুত উপকাৰী ।


১০) মহিলাসকলৰ বিয়াৰ পাছত গৰ্ভ নৰোৱা , মাহেকীয়াৰ সময়ত বহুত কমৰৰ বিষ হোৱা বা অত্যাধিক তেজ যোৱা , অনিয়মীয়া মাহেকীয়া , কেতিয়াবা 2-3 মাহৰ মূৰত এবাৰ হোৱা আদি সকলো ৰোগ চূণ খালে উপকাৰ পায় ।


১১) পুৰুষসকলৰ ক্ষেত্ৰত নুপুংসতা , শুক্ৰাণুৰ পৰিমাণ কম হোৱা আদিৰ বাবে বহুত উপকাৰী চূণ ।


১২) বাঢ়ি অহা লৰা ছোৱালী বয়স অনুপাতে ওখ নোহোৱা আদিত  চূণ অত্যন্ত লাভদায়ক হয় ।


১৩) যদি কাৰোবাৰ জণ্ডিছ হৈছে বা বাৰে বাৰে জণ্ডিছ হৈ থাকে , তেতিয়াও চূণ বহুত উপকাৰী আৰু তৎক্ষণাৎ জণ্ডিছ ঠিক হৈ যায় ।


১৪) হেঁপাইটিছ B ৰ বাবেও চূণ বহুত উপকাৰী ।


এতিয়া চূণ কেনেকৈ খাব লাগে জানি লওক ।।।


ডাঙৰৰ বাবে -

দৈ , পানী বা দালিৰ লগত এটা চাউলৰ সমান চূণ ভালকৈ মিহলাই দুপৰীয়া নিয়মীত 2 মাহলৈ খাব পাৰে ।


৩ বছৰৰ ওপৰৰ শিশুৰ বাবে -

এটা খুদকনৰ সমান দৈ , পানী নাইবা দালিত ভালকৈ মিহলাই দুপৰীয়া খাব দিব পাৰে ।


যদি জণ্ডিছ হৈছে , তেন্তে 1 গ্লাছ কুঁহিয়াৰৰ ৰস লৈ তাত চাউল এটাৰ সমান চূণ লৈ দিনত 3 বাৰ খাওক ।


Note : Stone থাকিলে বা আগতে stone আছিল যদি চূণ নাখাব ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages