সচৰাচৰ আমি তামোলৰ লগত বা পাণৰ লগত চূণ খাওঁ । এই চূণ খোৱা পৰম্পৰাটো কেতিয়া আৰম্ভ হৈছে তাক সঠিককৈ কব পৰা নাযায় । অকল অসমতে নহয় , ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ পাণৰ লগত চূণ খোৱা নিয়মটো বহুত আগৰ পৰাই চলি আছে । ( Assamese Health Tips )
চূণৰ অদ্ভুত গুণৰ কথা ভাবিয়েই চাগে আমাৰ পূৰ্বপুৰুষ সকলে এনেকৈ চূণ খোৱাটো এটা নিয়মৰ নিচিনাকৈ আমাক বান্ধি দি গৈছে ।
এই চূণৰ প্ৰায় 70 বিধ ৰোগ ঠিক কৰিব পৰা গুণ আছে ।তাৰে কেইটামান বহুত দৰকাৰী আৰু উপকাৰী ৰোগৰ কথা তলত লিখিলোঁ ।
১) চূণত প্ৰচুৰ পৰিমানে কেলচিয়াম আৰু ভিটামিন B থাকে ।কেলচিয়ামৰ অভাৱত হব পৰা সকলো ৰোগ চূণ খালে ঠিক হৈ যায় ।
২) গাত যিকোনো ঠাইত টেমুনা হলে চূণ খালে ঠিক হৈ যায় । এই টেমুনা কেলচিয়ামৰ অভাৱত হয় আৰু শেষত গৈ কেঞ্চাৰ হয় ।
৩) মহিলাসকলৰ স্তনত হোৱা টেমুনা বা গুটি চূণ খালে নাইকিয়া হৈ যায় ।
৪) হাত ভৰি দুৰ্বল হোৱা , খোজ থৰক বৰক কৰা আদিত চূণ খালে উপকাৰ পায় । ( Assamese Health Tips )
৫) ভৰি ফুলি গৈ হাতীৰ নিচিনা হোৱা , যিটো ৰোগক হাতীৰ ভৰি হোৱা বুলিও কোৱা হয় , চূণ খালে ঠিক হয় ।
৬) শিশু সকলৰ হাত ভৰি বিষ হোৱা আদিত চূণ খুৱাব পাৰে ।
৭) পেটত হোৱা পেলু ধ্বংস কৰাৰ বাবেও চূণ খুৱাব পাৰে ।
৮) অকস্মাত হোৱা বমি বন্ধ কৰাৰ বাবে চুনৰ পানী খাব পাৰে ।
৯) কঁকালৰ বিষ , আঁঠুৰ বিষ , ৰাজহাড়ৰ বিষ আদি সকলোতে চূণ চূণ খালে বহুত উপকাৰী ।
১০) মহিলাসকলৰ বিয়াৰ পাছত গৰ্ভ নৰোৱা , মাহেকীয়াৰ সময়ত বহুত কমৰৰ বিষ হোৱা বা অত্যাধিক তেজ যোৱা , অনিয়মীয়া মাহেকীয়া , কেতিয়াবা 2-3 মাহৰ মূৰত এবাৰ হোৱা আদি সকলো ৰোগ চূণ খালে উপকাৰ পায় ।
১১) পুৰুষসকলৰ ক্ষেত্ৰত নুপুংসতা , শুক্ৰাণুৰ পৰিমাণ কম হোৱা আদিৰ বাবে বহুত উপকাৰী চূণ ।
১২) বাঢ়ি অহা লৰা ছোৱালী বয়স অনুপাতে ওখ নোহোৱা আদিত চূণ অত্যন্ত লাভদায়ক হয় ।
১৩) যদি কাৰোবাৰ জণ্ডিছ হৈছে বা বাৰে বাৰে জণ্ডিছ হৈ থাকে , তেতিয়াও চূণ বহুত উপকাৰী আৰু তৎক্ষণাৎ জণ্ডিছ ঠিক হৈ যায় ।
১৪) হেঁপাইটিছ B ৰ বাবেও চূণ বহুত উপকাৰী ।
এতিয়া চূণ কেনেকৈ খাব লাগে জানি লওক ।।।
ডাঙৰৰ বাবে -
দৈ , পানী বা দালিৰ লগত এটা চাউলৰ সমান চূণ ভালকৈ মিহলাই দুপৰীয়া নিয়মীত 2 মাহলৈ খাব পাৰে ।
৩ বছৰৰ ওপৰৰ শিশুৰ বাবে -
এটা খুদকনৰ সমান দৈ , পানী নাইবা দালিত ভালকৈ মিহলাই দুপৰীয়া খাব দিব পাৰে ।
যদি জণ্ডিছ হৈছে , তেন্তে 1 গ্লাছ কুঁহিয়াৰৰ ৰস লৈ তাত চাউল এটাৰ সমান চূণ লৈ দিনত 3 বাৰ খাওক ।
Note : Stone থাকিলে বা আগতে stone আছিল যদি চূণ নাখাব ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment