শতমূল চূৰ্ণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 30, 2021

শতমূল চূৰ্ণ : Assamese Health Tips

Assamese Health Tips

শতমূল চূৰ্ণ মহিলাৰ বাবে ভগৱানৰ বৰদান বুলি কব পাৰি । কিয়নো শতমূলৰ এনে কিছুমান গুণ আছে , যিয়ে এগৰাকী মহিলাক বহু সময়ত নতুন জীৱন দিব পাৰে ।Assamese Health Tips ) 


Assamese Health Tips


শতমূল সেৱন কৰিলে মহিলাৰ অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ হয় , কষ্টদায়ক মাহেকীয়াৰ পৰা মুক্তি পায় , ধাতু ৰোগ বা বগাস্ৰাৱ আদি বন্ধ হয় , অত্যাধিক ৰক্তস্ৰাৱ হোৱা ৰোগৰ পৰা মুক্তি পায় ।


Early menopause বা সময়ৰ আগতেই  35/36 বছৰ বয়সতেই মাহেকীয়া বন্ধ হলে নিয়মিতভাৱে শতমূল সেৱন কৰক ছমাহ । আকৌ নিয়মীয়া হব মাহেকীয়া । 


PCOD ৰ বাবেও ই বহুত ভাল ঔষধ হয় । যিসকল মহিলাৰ বা ছোৱালীৰ গাভৰু হোৱাৰ সময়ত গাত খুব বেছি নোম হয় , মুখত ডাঢ়ি-গোঁফ আদিৰ দৰে হয় , তেওঁলোকে নিয়মিত শতমূল খালে ভাল ফল পাব। Assamese Health Tips ) 


গাভৰু অৱস্থালৈকে যদি স্তনৰ বিকাশ হোৱা নাই , তেন্তে  শতমূল সেৱন কৰক । 


যদি 13/14 বছৰলৈকে পুস্পিতা হোৱা নাই বা এবাৰ হৈ বন্ধ হৈ গৈছে , তেন্তে শতমূল খাওঁক ।


বিশুদ্ধ শতমূলৰ গুড়ি মৌ বা ঘিঁউৰ লগত মিহলাই লৈ এক চামুচ গুড়ি ৰাতিপুৱা খাব পাৰে । নিয়মিতভাৱে ছমাহ বা তাতোধিক সময়লৈ খালে ভাল ফল পাব ।


দহ/বাৰ দিন খাই একো লাভ নাপাব ।


বিশুদ্ধ শতমূল গুড়ি পাবলৈ যোগাযোগ কৰক- +918472996316


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages