নাৰিকল তেলৰ অপকাৰিতা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 21, 2021

নাৰিকল তেলৰ অপকাৰিতা : Assamese Health Tips

           Assamese Health Tips


ঠাণ্ডাৰ দিনত প্ৰায় প্ৰতিখন ঘৰতে গাত ঘঁহিবলৈ নাৰিকল তেল ব্যৱহাৰ কৰা হয় ।  আচলতে ডাঙৰ ডাঙৰ কোম্পানীবোৰে কিদৰে দিন ডকাইতি কৰে  আপোনালোকে অনুভৱ কৰিব নোৱাৰে ।কাৰণ আপোনালোকে এইবোৰক চকু মুদি বিশ্বাস কৰে ।   Assamese Health Tips ) 


বটলটোৰ সন্মুখত লিখা আছে 100% নাৰিকলৰ তেলৰ সৈতে যিটো চুলিৰ বাবে ভাল । ইয়াৰ অৰ্থ এইটো যে এই তেলটোত অলপমান 100%  বিশুদ্ধ তেল ভৰোৱা হৈছে ।  বা এনেকৈয়ে কব পাৰি যে 10 % নাৰিকলৰ তেল আছে 100% বিশুদ্ধ । বাকী কি আছে জানিবলৈ বটলটোৰ পিছফালে চাব লাগিব । 


বটলটোৰ পিছফালে লিখা আছে vegetable Oil  , মানে মালেছিয়াৰ পৰা আমদানি কৰা palm তেল , যাক Slow poison বুলি কলেও ভুল নহ্য়  ।  আকৌ লিখা আছে including coconut oil , মানে ইয়াত কিছু পৰিমাণে নাৰিকলৰ তেলটোও মিছলাইছে ।  


ইয়াৰ উপৰিও ইয়াত মিহলোৱা আছে THBQ , মানে Tertiary butylhydroquinone, 


এই ৰাসায়নিক বস্তুবিধৰ আকৌ আছে কিছুমান সাংঘাতিক  পাৰ্চক্রিয়া । যেনে ধৰক যদি বেছিদিন লগায় , তেন্তে হব পাৰে চালৰ কেঞ্চাৰ , চালৰ টিউমাৰ  , চালৰ বিভিন্ন বেমাৰ যেনে চৰাইছিছ , এক্সিমা ,  খৰ-খজুৱতি আদি ।  ইয়াক যদি খোৱা হয় , তেন্তে হব পাৰে  পেৰালাইছিছ , দৃষ্টিশক্তি শূণ্য , লিভাৰ নষ্ট ,কিডনী নষ্ট আদি হব পাৰে ।  Assamese Health Tips ) 


ইয়াৰ উপৰিও আছে ইয়াৰ বহুতো ভয়ানক পাৰ্চক্রিয়া ।।


গতিকে  ঠাণ্ডাৰ দিনত এইবোৰ নলগাব ।  ইয়াৰ লগতে আৰু যিবোৰে Olive Oil ব্যৱহাৰ কৰে ,  তেওঁলোকেও  সাৱধান হওঁক । আচল olive oil প্ৰতি লিটাৰ 1000 টকাৰ তলত নহয় । গতিকে 50 -60  টকাত যিবোৰ  তেল পোৱা যাওঁ 100 গ্ৰামৰ বটলত , সেইবোৰ বেছিভাগেই এনেকুৱা থাকে ।


আপুনি বিশুদ্ধ মিঠাতেল কিনি লৈ এক লিটাৰৰ লগত 100 গ্ৰাম আমাৰ কালজিৰা তেল মিহলাই লৈ ব্যৱহাৰ কৰক । বহুত ভাল হব চালৰ বাবে ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Assamese Health Tips ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages