ঠাণ্ডাৰ দিনত প্ৰায় প্ৰতিখন ঘৰতে গাত ঘঁহিবলৈ নাৰিকল তেল ব্যৱহাৰ কৰা হয় । আচলতে ডাঙৰ ডাঙৰ কোম্পানীবোৰে কিদৰে দিন ডকাইতি কৰে আপোনালোকে অনুভৱ কৰিব নোৱাৰে ।কাৰণ আপোনালোকে এইবোৰক চকু মুদি বিশ্বাস কৰে । ( Assamese Health Tips )
বটলটোৰ সন্মুখত লিখা আছে 100% নাৰিকলৰ তেলৰ সৈতে যিটো চুলিৰ বাবে ভাল । ইয়াৰ অৰ্থ এইটো যে এই তেলটোত অলপমান 100% বিশুদ্ধ তেল ভৰোৱা হৈছে । বা এনেকৈয়ে কব পাৰি যে 10 % নাৰিকলৰ তেল আছে 100% বিশুদ্ধ । বাকী কি আছে জানিবলৈ বটলটোৰ পিছফালে চাব লাগিব ।
বটলটোৰ পিছফালে লিখা আছে vegetable Oil , মানে মালেছিয়াৰ পৰা আমদানি কৰা palm তেল , যাক Slow poison বুলি কলেও ভুল নহ্য় । আকৌ লিখা আছে including coconut oil , মানে ইয়াত কিছু পৰিমাণে নাৰিকলৰ তেলটোও মিছলাইছে ।
ইয়াৰ উপৰিও ইয়াত মিহলোৱা আছে THBQ , মানে Tertiary butylhydroquinone,
এই ৰাসায়নিক বস্তুবিধৰ আকৌ আছে কিছুমান সাংঘাতিক পাৰ্চক্রিয়া । যেনে ধৰক যদি বেছিদিন লগায় , তেন্তে হব পাৰে চালৰ কেঞ্চাৰ , চালৰ টিউমাৰ , চালৰ বিভিন্ন বেমাৰ যেনে চৰাইছিছ , এক্সিমা , খৰ-খজুৱতি আদি । ইয়াক যদি খোৱা হয় , তেন্তে হব পাৰে পেৰালাইছিছ , দৃষ্টিশক্তি শূণ্য , লিভাৰ নষ্ট ,কিডনী নষ্ট আদি হব পাৰে । ( Assamese Health Tips )
ইয়াৰ উপৰিও আছে ইয়াৰ বহুতো ভয়ানক পাৰ্চক্রিয়া ।।
গতিকে ঠাণ্ডাৰ দিনত এইবোৰ নলগাব । ইয়াৰ লগতে আৰু যিবোৰে Olive Oil ব্যৱহাৰ কৰে , তেওঁলোকেও সাৱধান হওঁক । আচল olive oil প্ৰতি লিটাৰ 1000 টকাৰ তলত নহয় । গতিকে 50 -60 টকাত যিবোৰ তেল পোৱা যাওঁ 100 গ্ৰামৰ বটলত , সেইবোৰ বেছিভাগেই এনেকুৱা থাকে ।
আপুনি বিশুদ্ধ মিঠাতেল কিনি লৈ এক লিটাৰৰ লগত 100 গ্ৰাম আমাৰ কালজিৰা তেল মিহলাই লৈ ব্যৱহাৰ কৰক । বহুত ভাল হব চালৰ বাবে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment