কিডনী আৰু লিভাৰ অকস্মাৎ বা এবছৰ-দুবছৰ বা এমাহ-দুমাহত নষ্ট হোৱা অংগ নহয় । কিডনী নষ্ট হোৱা মানুহজনৰ শৰীৰত 5-6 বছৰ আগৰ পৰাই কিছুমান লক্ষণ দেখা দি থাকে । যদি সেই লক্ষণবোৰ অৱহেলা কৰে , তেন্তে ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ সম্ভৱনা থাকে । ( Assamese Health Tips )
গাত অস্বাভাৱিক ভাৱে তিল-মাহ আদি বাঢ়ি যোৱাটো ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ ইংগিত দিয়ে ।
গাত কোনো কাৰণ নোহোৱাকৈ খজুৱতি হৈ থকা , মহে কামোৰাৰ দৰে অনুভৱ হোৱা , ছালত বেজিৰে ফুটাই দিয়া যেন অনুভৱ হোৱা আদি ভৱিষ্যতে কিডনী নষ্ট হোৱাৰ লক্ষণ ।
ভৰি ফুলি থকা বা গোটেই শৰীৰ ফুলি যোৱাটো কিডনী নষ্ট হোৱাৰ লক্ষণ ।
শৰীৰৰ উজ্জলতা নোহোৱা হৈ অহা বা শেঁতা পৰা ছাল সাম্ভাব্য কিডনী ৰোগীৰ লক্ষণ ।( Assamese Health Tips )
এইবোৰ লক্ষণ 5-6 বছৰ আগতে দেখা দিয়ে শৰীৰত । যদি এই লক্ষণবোৰ দেখাৰ সময়ত নিয়ম নীতি সলনি কৰি আয়ুৰ্বেদিক পন্থা অৱলম্বন কৰে , তেন্তে ভৱিষ্যতে জীৱন আৰু সম্পত্তি দুয়োটা বচাব পাৰিব ।
বছৰি কমেও দুমাহ পূৰ্ণনভা শাকৰ ৰস বা গুড়ি খাই থাকিলে লিভাৰ আৰু কিডনী নমৰালৈকে কমেও 100 বছৰ নষ্ট হব নোৱাৰে ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment