শণিবাৰে নিমখ দান কৰাৰ বিশেষ লাভালাভ জানো আহক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 16, 2021

শণিবাৰে নিমখ দান কৰাৰ বিশেষ লাভালাভ জানো আহক : Assamese Fact

Assamese Fact


নিমখ অবিহনে খাদ্যৰ সোৱাদ কেতিয়াও সম্ভৱ নহয়। বাস্তু শাস্ত্র অনুসৰি ঘৰত নিমখৰ উপস্থিতিয়ে সকাৰাত্মক সঞ্চাৰ তীব্র গতিত কৰে। তন্ত্ৰ অনুসৰি নিমখক যদি শুদ্ধ তন্ত্ৰ মন্ত্রৰে প্ৰয়োগ কৰা হয়, তেন্তে ই আপোনাক ৰাতিৰ ভিতৰতে ধনবান কৰি তুলিব। ( Assamese Fact ) 


নিমখ আৰু কাচ দুয়ো ৰাহুৰ কাৰক হয়। যদি আপুনি নিমখ চিচাৰ গিলাছত ভৰাই শৌচালয়, স্নানৰ ঠাইত থৈ দিয়ে তেন্তে তাৰ পৰা নকাৰাত্মক দিশবোৰ নাশ হয়। লগত তাত থকা সুক্ষ্ম বীজাণু নাশ হয়। শৌচালয়ত সকলোতকৈ অধিক নকাৰাত্মক দিশ থাকে। এই উপায়ে এই সমূহ সমস্যা দূৰ কৰি দিয়ে। 


নিমখেৰে যদি ঘৰ মোছা হয়, তেন্তে ই আপোনাক ধনবান কৰি তুলিব। বৈজ্ঞানিক দৃষ্টিকোণৰ ফালৰ পৰা ই এক বহুত উত্তম উপায়। আপুনি যেতিয়া ঘৰ মোছিবলৈ লব তেতিয়া ঘৰ মোছা পানীত অলপ নিমখ মিহলাই দিব। সপ্তাহত অন্তত ২-৩ বাৰ নিমখ পানীৰে ঘৰ মুছিব। এনে কৰিলে শীঘ্রেই ধনৰ প্ৰাপ্তি হব। এই নিমখে গোটেই ঘৰখন সকাৰাত্মক দিশেৰে ভৰাই তোলে। ঘৰখনৰ উন্নতিৰ বাবে নিমখেৰে ঘৰখন মুছিব লাগে। সকাৰাত্মক দিশে লক্ষ্মী দেৱীকো ঘৰত প্ৰৱেশ কৰিবলৈ আকৰ্ষণ কৰে। ( Assamese Fact ) 


অলপ নিমখ চিচাৰ গিলাছ এটাত ভৰাই লৈ, তাৰ ভিতৰত ৪-৫ টা মান লং ভৰাই দিব। এনে কৰিলে ঘৰখনত ধনৰ অভাৱ নহয় আৰু মা লক্ষ্মীও প্ৰসন্ন হৈ থাকে। 


ব্যক্তি এজনৰ অধিক লাভ হয় তেতিয়া, যেতিয়া এইটো উপায় অৱলম্বন কৰে। প্ৰতিটো শণিবাৰে অলপ নিমখ, ২০০ গ্ৰাম মগু দাইল, ৫০০গ্ৰাম চাউল আৰু ৰঙা শুকান জলকীয়া দান কৰিলে ব্যক্তিজনৰ ভাগ্য প্ৰৱল হয়। ধন টকা পইচা তেওঁ সহজতে লাভ কৰিব পাৰে। শণিৰ ক্ৰু দৃষ্টিও সমাপ্ত হয়। এনে স্থলত ধনৰ দেৱী মা লক্ষ্মীও আপোনাৰ ওপৰত বহু প্ৰসন্ন হয় পৰে।। (কথাখিনি সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages