ধনতেৰচৰ ঘৰলৈ মা লক্ষ্মী আহিবলৈ পৰিষ্কাৰ কৰি ৰাখক এই স্থান : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 1, 2021

ধনতেৰচৰ ঘৰলৈ মা লক্ষ্মী আহিবলৈ পৰিষ্কাৰ কৰি ৰাখক এই স্থান : Assamese Fact

 

Assamese Fact

পৱিত্ৰ ধনতেৰচৰ আগে ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচন্নতা কৰি ৰখা হয়। কিন্তু ধনতেৰচৰ দিনা এই কথা মনত ৰখা অতিকে প্ৰয়োজন যে, ঘৰৰ এই স্হান কেতিয়াও লেতেৰা বা আৱৰ্জনা হয় নাথাকে। নহলে ধনৰ দেৱী লক্ষ্মী মা সেই ঘৰত প্ৰৱেশ কৰাত বাধা পাব পাৰো।( Assamese Fact )

 কাৰণ যত লেতেৰা তথা অপৰিষ্কাৰ হয়, তাতে অশুভ শক্তি বাস। আৰু তেনে ঠাইত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। এই পৱিত্ৰ ধনতেৰচৰ দিনা বা অন্য দিনাও ঘৰখনৰ কোন ঠাই পৰিষ্কাৰ কৰি ৰখা উচিত। যাতে দেৱী লক্ষ্মী ঘৰত প্ৰৱেশ কৰাত বাধা উৎপন্ন নহয়। অৰ্থাৎ তেওঁ ঘৰলৈ অহাৰ বাট মুকলি হৈ থাকে। 


এই পৱিত্ৰ ধনতেৰচৰ দিনা দেৱী লক্ষ্মী অহাৰ বাট প্ৰশস্ত ৰাখিবলৈ ঘৰৰ মুখ্য দুৱাৰ পৰিষ্কাৰ কৰি ৰখাৰ চেষ্টা কৰিব। 


এই পৱিত্ৰ ধনতেৰচৰ দিনা ঘৰখনৰ উত্তৰ কোণ অৰ্থাৎ ঈশান কোণ কেতিয়াও লেতেৰা হৈ থাকিবলৈ নিদিব। এই বিশেষ দিনত ঘৰখনৰ এই কোণ মচি কাচি পৰিষ্কাৰ কৰি ৰখাৰ যত্ন কৰিব। লগতে আপোনাৰ ঘৰৰ পূজা ঘৰ সম্পূর্ণ মচি পৰিষ্কাৰ কৰি ৰাখিব। ইয়াৰ ফলত সেই ঘৰখনত দেৱ দেৱীৰ আগমনৰ পথ মুকলি থাকিব। ( Assamese Fact )


এই পৱিত্ৰ দিনত ঘৰখনৰ উত্তৰ দিশত সৰিয়হ তেলেৰে বন্তি প্ৰজলিত কৰিব। কোৱা হয়, এই উত্তৰ দিশ ভগৱান কুবেৰ তথা মা লক্ষ্মীৰ দিশ। অৰ্থাৎ ধন সম্পদৰ দিশ। লগতে এই দিনা পুৱা উঠিয়েই ঘৰখনৰ পূৱ দিশ পৰিষ্কাৰ কৰি ৰাখিব। ইয়াৰ ফলত পজিটিভ এনাৰ্জিৰ মাত্রা বৃদ্ধি পাব।। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages