সৰ্ম্পকবোৰ বেয়া হৈ গৈছে যদি এটা কথা জানি লওঁক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 22, 2021

সৰ্ম্পকবোৰ বেয়া হৈ গৈছে যদি এটা কথা জানি লওঁক : Assamese Fact

Assamese Fact


ঘৃণা , প্ৰেম , ৰুষ্ট হোৱা , মনোৱা , পাহৰি যোৱা এই সকলোবোৰ অনুভূতি মানুহৰ জীৱনৰ কিমান যে মহত্বপূৰ্ণ হয় । চাবলৈ গলে এই ভাৱসমূহৰ অবিহনে মনুষ্য জীৱনটো এটা যন্ত্ৰতকৈ বেছি একো নহয় । কিন্তু যদি আপুনি এই ভাৱ অনুচিত ভাৱে লয় তেতিয়াও ই আপোনাক মনুষ্য হৈ থাকিবলৈ নিদিয়ে । ( Assamese Fact )


যদি ঘৃণাৰ কথা কওঁ , তেতিয়া আপুনি ভাবকচোন আপুনি যদি কাৰোবাক কৰে তেতিয়া কিয় কৰে।  ব্যক্তিজনক কিয় ঘৃণা কৰিব লাগে ঘৃণা কৰক সেইজনৰ অভ্যাসবোৰক ‌, সেই অভ্যাসবোৰক যি অভ্যাসে তেওঁক বেয়া মনুষ্যলৈ পৰিৱৰ্তন কৰিলে ‌। 


অভ্যাস সলনিও কৰিব পাৰি । সেইবাবে ৰুষ্ট হোৱক তেওঁৰ অভ্যাস বোৰৰ ওপৰত , তেওঁৰ ওপৰত নহয় । কিছুমান কথা সলাবও পাৰি, পাহৰি যোৱা মাথো তেওঁৰ ভুলবোৰক কিয়নো ভুলবোৰ শুধৰাবও পাৰি । প্ৰেম কৰা তেওঁৰ আত্মাক , তেওঁৰ ভাৱক  , তেওঁৰ শৰীৰক নহয় কাৰণ শৰীৰ নশ্বৰ হয় । আৰু  কিবা কথা কলে কঠোৰভাৱে নহয় সদায় প্ৰেমেৰে । ( Assamese Fact )


আপোনাৰ সম্পৰ্ক যদি শেষ হৈ যোৱা পৰ্যায়ত আছে তেতিয়া মাথো এটা কথাই মনত ৰাখিব যে আমাৰ এই নশ্বৰ দেহটো কিমান দিন  এই পৃথিৱীত থাকিব কোনোৱেই নাজানো এই জীয়াই থকা সময়ত যদি আমি কেৱল মাথো আনৰ সৈতে কাজিয়া , ক্ৰোধ , তৰ্ক আদি  কৰিয়েই যদি নষ্ট কৰি দিয়াটো যুক্তিকৰটো নহয় । 


বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত নিজৰ জীৱনসংগীৰ লগত যিমান সময় পোৱা সেই সময়ত যদি জীৱনৰ শেষ দিন বুলি ভাবি অতিবাহিত  কৰা তেতিয়া মন কৰিবা তোমাৰ জীৱনৰ সকলো সমস্যাই শেষ হৈ যাব । আৰু সম্পৰ্কটো দিনে দিনে এনেকুৱা এটা ৰূপ লব যিটো তুমি ইচ্ছা কৰিও শেষ কৰিব নোৱাৰিবা । প্ৰেমৰ জগতখন তুমি ভবাতকৈও সুন্দৰ মাথো এবাৰ নিজৰ ফালৰ পৰা সম্পৰ্কটো ভাল কৰিবলৈ এখোজ আগবঢ়োৱা মন কৰিবা তোমাৰ সেই এখোজৰ বাবে তোমাৰজীৱনসংগীয়ে তোমালৈ দুখোজ আগুৱাই আহিব । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages