কণীৰ বাকলিৰ ব্যৱহাৰ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 21, 2021

কণীৰ বাকলিৰ ব্যৱহাৰ : Assamese Fact

 

Assamese Fact

আজিৰ পৰা কণী খোৱা পাছত কণীৰ বাকলিও সাঁচি ৰাখক। কণীৰ বাকলিৰ আছে বহুকেইটা গুণ । প্ৰটিনেৰে ভৰপুৰ এই কণী খোৱাৰ পাছত কণীৰ বাকলি পেলাই দিয়া হয়। কিন্তু কেৱল কণীয়ে নহয়, কণীৰ বাকলিৰো গুণাগুণ কম নহয়।  Assamese Fact ) 


প্ৰায় ভাগ লোকে কণী খায় ভাল পায়। স্বাস্হ্যৰ বাবে কণী অতি উপকাৰী। প্ৰটিনেৰে ভৰপুৰ এই কণী খোৱাৰ পাছত কণীৰ বাকলি পেলাই দিয়া হয়। কিন্তু কেৱল কণীয়েই নহয়, কণীৰ বাকলিৰো গুণাগুণ কম নহয়। 


পাকঘৰৰ বেচিন জাম হৈ পৰিলে, কণীৰ বাকলি গুড়ি কৰি, বেচিনৰ চাৰিওদিশে চটিয়াই দিয়ক। বেচিন পৰিষ্কাৰ হৈ পৰিব। 


কণীৰ বাকলিত প্ৰচূৰ পৰিমাণে কেলছিয়াম আৰু মিনাৰেল থাকে। ই বাগানৰ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাত সহায় কৰে।  Assamese Fact ) 


১টা কণীৰ বগা অংশৰ সৈতে, দুটা কণীৰ বাকলিৰ গুড়ি মিশ্রিত কৰি মুখত ১৫মিনিট লগাই পাছত গৰম পানীৰে ধুই পেলালে মুখৰ উজ্জ্বলতা বাঢ়ে। 


গছৰ গুড়িত কণীৰ বাকলি গুড়ি চটিয়াই দিলে, গছত পোকে নধৰে। 


গাৰ বিষ বা জইন পেইন কমাবলৈ এটা বাটিত এপল চাইডাৰ ভিনেগাৰৰ সৈতে, এটা কণীৰ বাকলি গুড়ি কৰি মিশ্রণ কৰক। দুদিন ৰাখি দিয়াৰ পিছত দেখা পাব, কণীৰ বাকলি সমূহ ভিনেগাৰৰ সৈতে একেবাৰে মিলি গৈছে। এইবাৰ এই মিশ্রণটো বিষ হোৱা ঠাইত লগাই মালিচ কৰক।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages