জীৱনত ভুলটো নকৰিব এই কাম : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 19, 2021

জীৱনত ভুলটো নকৰিব এই কাম : Assamese Fact

           Assamese Fact

কেতিয়াবা কেতিয়াবা আমি পিতা - মাতাৰ ওপৰত কিমান যে ক্ৰোধত থাকো । ভাবো যে তেওঁলোকৰ ধ্যান আমাৰ ওপৰত নাই ,ভাবো যে তেওঁলোকৰ বাবে আমাৰ কোনো অস্তিতই নাই । তেওঁলোকৰ ওপৰত ক্ৰোধিত হৈ যাওঁ । ( Assamese Fact )


কেতিয়াবা আপুনি অনুভৱ কৰিছেনে আমাৰ চকুৰে আমাৰ নাকটো কেতিয়াও দেখা নাপাওঁ , কিয়নো নাকটো চকুৰ একেবাৰে কাষত ,চকুৰ মাজত থাকে । কিন্তু যেতিয়া কোনোবাই মুখত প্ৰহাৰ কৰে তেতিয়া হাতে প্ৰথমে নাকৰ ক্ষেত্ৰখনকহে প্ৰথমে ধাকি লয় । 


পিতা মাতাও ঠিক তেনেধৰণৰ ,আপোনাৰ ভালৰ বাবে ,আপোনাৰ সুৰক্ষাৰ বাবে সদায় উপস্থিত থাকে । সেইবাবে তেওঁলোকৰ প্ৰেমক কেতিয়াও পৰীক্ষা কৰি নাচাব । 


আৱশ্যক নহয় যে তেওঁলোকৰ প্ৰেম প্ৰত্যেকবাৰেই আপুনি স্পষ্ট ৰূপত দেখা পাব । কিয়নো এইটো এনেকুৱা প্ৰেম হয় যিটো নিৰন্তৰ ঢাল হৈ আপোনাৰ প্ৰত্যক মূহুৰ্ততে সুৰক্ষা প্ৰদান কৰিব । ( Assamese Fact )


পিতা - মাতাৰ প্ৰেমক কৰো লগতে তুলনা কৰিব নোৱাৰি । এই প্ৰেম সম্পূৰ্ণ নিঃস্বাৰ্থ , যত কোনো স্বাৰ্থ জড়িত হৈ নাথাকে । এই নিঃস্বাৰ্থ প্ৰেমৰ সলনি যদি আপুনি তেওঁলোকৰ মূল্য বুজি নাপায় তেতিয়া এই ভুলটোৱেই আপোনাৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল । 


তেওঁলোকে নো আমাৰ পৰা কি বিচাৰে মাথোঁ আমাৰ পৰা অলপ মৰম আৰু সময় । তেওঁলোকে আমি জন্ম হোৱা মূহুৰ্তৰ পৰাই আমাৰ সকলো সপোন বাস্তৱত পূৰণ কৰিবলৈয়ে কঠোৰ পৰিশ্ৰম কৰে ,কেৱল মাথো আমাৰ বাবে তেওঁলোকৰ নিজৰ সপোন সপোন হৈয়ে ৰৈ যায় । জীৱনত এজন সফল ব্যক্তি বুলি নিজকে তেতিয়া ভাবিবা যেতিয়া নিজৰ পিতাৰ মাতাৰ সপোনক নিজৰ সপোন কৰি তুলি সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিবা । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


2 comments:

Advertisement

Pages