ধনতেৰচত ভুলটো কাকো নিদিব এই উপহাৰ বা দান : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 1, 2021

ধনতেৰচত ভুলটো কাকো নিদিব এই উপহাৰ বা দান : Assamese Fact

 

Assamese Fact

ধনত্ৰয়োদশী দিনা মা লক্ষ্মী, শ্ৰী গণেশ আৰু ভগৱান কুবেৰক পূজা প্ৰাৰ্থনা কৰা হয়। সেইবাবে এই দিনত ভুলটো এই বস্তু আনক দান কৰিব নালাগে। Assamese Fact )

 ইয়াৰ ফলত দৰিদ্ৰতা আহিব পাৰে আপোনাৰ জীৱনলৈ। এই পৱিত্ৰ দিনা যি বস্তু দান কৰিব নালাগে সেয়া হৈছে, 


এই পৱিত্ৰ দিনত বস্ত্ৰ দান কেতিয়াও নকৰিব। বা বস্ত্র উপহাৰ হিচাপে কেতিয়াও নিদিব। কাৰণ এই দিনত এনে উপহাৰ বা দান কৰিলে, নিজৰ হাতৰ লক্ষ্মী আনৰ হাতলৈ গুচি যায় বুলি কোৱা হয়। সেয়ে এই কাম ভুলটো নকৰিব। 


দ্বিতীয়তে, ধনতেৰচৰ দিনা বগা বস্তু কেতিয়াও দান নকৰিব। যেনে, চাউল, নিমখ, গাখীৰ, দৈ, ময়দা, এনে বস্তু কেতিয়াও এই দিনত দান নকৰিব বা আনক দিয়াটো একেবাৰে উচিত নহয়।  Assamese Fact )


তৃতীয়তে,ধনৰ দেৱী হৈছে মা লক্ষ্মী আৰু কুবেৰ দেৱতা। এই পৱিত্ৰ দিনত যদি অন্য লোকে আপোনাক টকা ধাৰলৈ বিচাৰি আহে, তেন্তে ভুলটো নিদিব। এই দিনত টকা পইচা ধাৰলৈ দিয়াটো অমংগল বুলি মনা হয়। আৰু আপুনিও আনৰ পৰা টকা ধাৰলৈ নলব। এনে কাম যদি ধন ত্ৰয়োদশী দিনা কৰা হয়, তেন্তে মা লক্ষ্মী আৰু কুবেৰ দেৱতাৰ আৰ্শীবাদৰ পৰা বঞ্চিত হব।(সংগ্ৰহিত)

.এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages