নৱৰাত্ৰিৰ তৃতীয় আৰু চতুর্থ দিনৰ ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 9, 2021

নৱৰাত্ৰিৰ তৃতীয় আৰু চতুর্থ দিনৰ ৰহস্য : Religious Studies


Religious Studies

 ২০২১ বৰ্ষৰ শাৰদীয় দূৰ্গা পূজা নৱৰাত্ৰিৰ চতুর্থ দিনা তাৰিখ পৰিছে, ৯অক্টোবৰ, শণিবাৰ। এই ২০২১বৰ্ষৰ শাৰদীয় নৱৰাত্ৰিৰ ৯তাৰিখ শণিবাৰৰ দিনটিত তৃতীয়া আৰু চতুর্থী একেলগে পৰিছে। ( Religious Studies )


মাৰ চতুর্থ ৰূপ হৈছে, কুষ্মাণ্ডা। যেতিয়া অন্ধকাৰ আছিল, তেতিয়া আদি শক্তিয়ে মা দূৰ্গাৰ ৰূপ লৈ ৰচনা কৰিছিল এই সৃষ্টিখন। আৰু সেই ৰূপে হৈছে, মা কুষ্মাণ্ডা। এই চতুর্থ ৰূপক মা কুষ্মাণ্ডা কোৱা হয়। তেখেতৰ ঘৰ সূৰ্য্য লোকত। সূৰ্যৰ দৰে জাতিষ্কাৰ। আমাৰ মানুহৰ মাজত থকা সকলো আকৰ্ষণ শক্তি, সকলো জ্যোতিময় শক্তিক প্ৰতিনিধিত্ব কৰে কুষ্মাণ্ডা মাতাই। মানুহ জীৱ জন্তুৰ মাজত যি জ্যোতি থাকে, সেই জ্যোতি মা কুষ্মাণ্ডাৰ কৃপাত লাভ কৰে। ৮খন হাতত বিভিন্ন অস্ত্র শস্ত্ৰই সু-সজ্জিত মা কুষ্মাণ্ডাক অস্তভূজা বুলিও কোৱা হয়। আৰু সেইদিনা কুষ্মাণ্ডা মাতাক সন্তষ্ট কৰিবলৈ কোমোৰা বলি দিয়া হয়। কুষ্মাণ্ডা মাতাক পূজা অৰ্চনা কৰি সকলো ধৰণৰ ৰোগ আৰু দোষ অন্ত পেলাব পাৰি। এই মাতাৰ কৃপাত আপুনি দীৰ্ঘায়ু হব পাৰে। যি ঘৰত কম বয়সত মানুহ ঢুকাইছে, কম বয়সত অকাল মৃত্যু হৈছে, কুষ্মাণ্ডা মাতাৰ আৰ্শীবাদ সেইখন ঘৰত বিশেষ ভাৱে প্ৰয়োজন। 

Religious Studies )


কুষ্মাণ্ডা মাতাৰ কৃপাত আপুনি জনম কুণ্ডলিত যদি সূৰ্য্য গ্ৰহৰ দোষ আছে, সূৰ্য্য যদি দুৰ্বল হয়, তেনেহলে কুষ্মাণ্ডা মাতাৰ আৰ্শীবাদত আপোনাৰ জনম কুণ্ডলিৰ সূৰ্য্য দোষ নাইকিয়া কৰিব পাৰে, খণ্ডন কৰিব পাৰে। 


নৱৰাত্ৰিৰ চতুর্থ দিনা কুষ্মাণ্ডা মাতাৰ প্ৰিয় ফুল হৈছে, চামেলি ফুল । সেইদিনা কুষ্মাণ্ডা মাতাক ভোগ হিচাপে, মালপোৱা দিব। 


নৱৰাত্ৰিৰ চতুর্থ দিনা, কুষ্মাণ্ডা মাতাৰ গুপ্ত মন্ত্র হৈছে, 

  "ঔম এং ক্লিং ক্লিং কুষ্মাণ্ডায়ে নমঃ"। 

সেইদিনা আপুনি ৰাতি শুৱাৰ আগে ১০৮বাৰ 

এক মালা, এই বিশেষ মন্ত্রটি জপ কৰি

আপুনি শুৱলৈ যাব।।।(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰ পৰা সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages