মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই সহজ উপায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 19, 2021

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই সহজ উপায় : Religious Studies

 

Religious Studies

মা লক্ষ্মী হৈছে,ধন, সম্পদ, ঐশ্ব্যযৰ দেৱী। মা লক্ষ্মীক যদি প্ৰসন্ন কৰি ৰাখিব পাৰি, তেন্তে আপুনি তেওঁৰ কৃপাত সকলোবোৰে লাভ কৰিব।( Religious Studies )


মা লক্ষ্মীৰ প্ৰিয় বস্তু হৈছে কড়ি। বিশেষ কৰি হালধীয়া কড়ি তেওঁৰ প্ৰতিক হিচাপে মনা হয়। লক্ষ্মী পূজা আগদিনা ৩টা হালধীয়া কড়ি আনি ৰাখিব। তাৰপাছত সেই কড়ি কেইটা গোটেই নিশা গাখীৰত ভিজাই ৰাখক। পাছৰ দিনা অৰ্থাৎ লক্ষ্মী পূজা দিনা স্নান আদি কৰি সেই কড়ি কেইটা গাখীৰৰ পৰা উঠাই আনি গংগা জ্বলেৰে ধুই এখন পৰিষ্কাৰ কাপোৰে মোহাৰি লব। পাছত সেই কড়ি মা লক্ষ্মী চৰণত এখন হালধীয়া কাপোৰ পাৰি ৰাখিব। ( Religious Studies )


দেৱী লক্ষ্মীক পূজা কৰাৰ সময়ত, সেই কড়িত সেন্দুৰৰে ফুট দিব। তাৰপিছত মা লক্ষ্মীৰ পূজা অৰ্চনা কৰক। পূজা অৰ্চনা শেষ কৰি সেইদিনা সেই স্হানতে কড়ি কেইটা সেইভাগে থাকিবলৈ দিয়ক। পাচদিনা কড়ি কেইটা হালধীয়া কাপোৰে মেৰিয়াই টকা পইচা ৰখা স্হানত ৰাখিব। মনা হয় যে, যি স্হানত এই কড়ি ৰখা হয়, সেই স্হানতে মা লক্ষ্মীৰ আবাস স্হান হৈ পৰে।। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages