মহলয়াত এই কেইটা কাম কৰিলে আপোনাৰ হব পাৰে অমংগল : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 6, 2021

মহলয়াত এই কেইটা কাম কৰিলে আপোনাৰ হব পাৰে অমংগল : Religious Studies

Religious Studies

মহালয়া দিনটোত এই কেইটা কাম ভুলটো নকৰিব। যদিহে মহালয়া দিনা ভুলটো এই কেইটা কাম কৰে তেন্তে আপোনাৰ লগতে ঘৰখনত ক্ষতিকাৰক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে।( Religious Studies )

এই মহালয়া দিনটিত আপুনি এই সমূহ কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব, নহলে জীৱনত নেতিবাচক প্রভাৱ পৰাৰ আশংকা বহু গুণে থাকি যায়। মহালয়া দিনা পিতৃ পক্ষৰ আৱাহন ঘটি দেৱী পক্ষৰ সূচনা হয়। কাৰণ এই দিনতে দূৰ্গা মা মৰ্ত্যলে আগমন কৰে। ৬অক্টোবৰ মহালয়া দিনা মহাযুঁত তৈয়াৰ হৈছে।। ৬অক্টোবৰ পৰিছে মহালয়া আৰু অমাৱশ্যা। গতিকে মহালয়া, অমাৱশ্যা শুভ সংযোগে সকলোলৈ লৈ আনে শুভ বতৰা। গতিকে এই দিনত কিছু কিছু উপায় কৰিলে পৰিয়ালৰ দুৰ্ভাগ্যক নিজেই দূৰ কৰিব পাৰিব। কিন্তু ভুলটো মহালয়া দিনা এই কেইটা কাম ভুলটো নকৰিব। 


মহালয়া দিনা কোনো কন্যা বা নাৰীক অপমান নকৰিব। কাৰণ এই দিনাৰেপৰা দেৱী পক্ষ সূচনা হয়। গতিকে যদি নিজৰ মংগল বিচাৰে, তেন্তে ভুলটো আপুনি মহালয়া দিনটিত এই কাম নকৰিব। 


এই মহালয়া দিনত পৰচৰ্চা, পৰনিন্দা বা হাই কাজিয়া আদিত লিপ্ত নহব। কাৰণ মানুহৰ পটনৰ প্ৰধান কাৰণেই হৈছে, ক্ৰোধ। গতিকে এই দিনত খং ৰাগক আপুনি নিয়ন্ত্রণত ৰাখিবলৈ চেষ্টা কৰিব। 


মহালয়া দিনটিত ভুলটো পুৱা দেৰিলৈকে শুই নাথাকিব। এই দিনটিত আপুনি ব্ৰহ্মমূহুত্বত উঠিবলৈ চেষ্টা কৰিব।আগন্তক দিনবোৰৰ আপুনি ইয়াৰ সুপ্ৰভাৱ দেখিবলৈ পাব। ( Religious Studies )


মহালয়া দিনা হৈছে অমাৱশ্যা। এই অমাৱশ্যা সন্ধ্যা ভুলটো নিৰ্জন ঠাই বা, শ্মশানৰ ফালে নাযাব। বা, তিনিআলি, চাৰিআলি বা অৰ্থাৎ এটাকৈ ততোধিক ৰাস্তা মিলিত হৈছে, তেনে ঠাইলৈ ভুলটো নাযাব। 


মহালয়া দিনত অহসায়, দৰিদ্ৰ বা মগনীয়া লোকক খালী হাতে নপথাব। যি পাৰে সাধ্য অনুসাৰে দিবলৈ চেষ্টা কৰিব লাগে। 


এই দিনত সন্ধ্যা সময়ত ভুলতো অন্ন বা ধান

আনক নিদিব।। (সংগ্ৰহিত)।

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages