স্বৰ্গৰ মা লক্ষ্মী পৃথিৱীলৈ অহা ৰহস্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 29, 2021

স্বৰ্গৰ মা লক্ষ্মী পৃথিৱীলৈ অহা ৰহস্য : Religious Studies

Religious Studies


ধন সম্পদ, ঐশ্বৰ্য্য বিভূতি আদিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী। লক্ষ্মীক বৈকুণ্ঠত বিষ্ণুৰ সান্নিধ্যত মহালক্ষ্মী, ৰজাৰ গৃহত ৰাজ লক্ষ্মী, স্বৰ্গত স্বৰ্গপক্ষী, আৰু গৃহসকলৰ গৃহত গৃহ লক্ষ্মী হিচাপে পূজিত হৈ আহিছে। এই অধিষ্ঠাত্ৰী দেৱী গৰাকী স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ ৰাজ্যত আছিল।(Religious Studies )


পৃথিৱীলৈ তেওঁ কেনেকৈ আহিল তাৰ কাহিনী এভাগি পোৱা যায়। ইতিহাস পুৰাণৰ মতে ঋষি দুৰ্বাসাই এবাৰ এধাৰীমালা ইন্দ্ৰক উপহাৰ দিছিল। দেৱৰাজ ইন্দ্ৰই ঋষিয়ে দিয়া মালাধাৰীৰ বিশেষ গুৰুত্ব নুবুজি তেওঁৰ বাহন ঐৰাৱতক মূৰত পিন্ধাই দিলে। ঐৰাৱতৰ পিঠিত উঠি ইন্দ্ৰ গৈ থাকোতে মালাধাৰী মাটিত পৰি গল আৰু হাতীয়ে গছকি পেলালে। মালাধাৰীৰ এনে ৰূপ দেখি দুৰ্বাসাই ইন্দ্ৰক লক্ষ্মীছাৰা হবলৈ অভিশাপ দিলে। তেওঁৰ মতে যিহেতু মই তোমাক দিয়া মালাধাৰী মাটিত দলিয়াই পেলাইছা, এই ধৃষ্টতাৰ কাৰণে তোমাৰ ৰাজ্য লক্ষ্মী শূন্য হব। তেতিয়া ইন্দ্ৰৰ দোষতে লক্ষ্মীয়ে স্বৰ্গৰাজ্য ত্যাগ কৰি সাগৰৰ তলিত আশ্ৰয় লয়।(Religious Studies )


 সৰগৰ লক্ষ্মীক ভগৱান বিষ্ণুৱে চাৰিওফালে বিচাৰি ফুৰে। শেষত লক্ষ্মী সাগৰৰ তলিত থকা গম পায় দেৱতা সকলক সমুদ্র মন্থন কৰিব দিয়ে। সমুদ্র মন্থনৰ সময়ত লক্ষ্মীয়ে আৰ্ৱিভাৱ হৈয়ে বিষ্ণুৰ বক্ষস্থলক আশ্ৰয়ৰ স্থল বুলি বাচনি কৰে। সেয়েহে বিষ্ণুৰ প্ৰতিটো অৱতাৰতে লক্ষ্মীয়ে নতুন নামেৰে অৱতাৰ ধৰি আহিছে। বিষ্ণুৰ ৰাম অৱতাৰত লক্ষ্মীয়ে দেৱী সীতা, কৃষ্ণৰ অৱতাৰত লক্ষ্মীয়ে ৰুক্মিণীৰ অৱতাৰ লোৱা বুলি কোৱা হয়। (সংগ্ৰহিত)। 

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page)


No comments:

Post a Comment

Advertisement

Pages