ঘৰখনৰ মংগল বিচাৰে যদি আজিয়ে ঘৰলৈ আনক এইবিধ বস্তু : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 7, 2021

ঘৰখনৰ মংগল বিচাৰে যদি আজিয়ে ঘৰলৈ আনক এইবিধ বস্তু : Religious Studies

Religious Studies


মা দুৰ্গা হৈছে সকলো দোষৰ বিনাশকৰ্তা। যদি আপুনি কোনো সমস্যাত ভুগি আছে বা কোনো সমাধান পোৱা নাই, তেন্তে দেৱী দুৰ্গাক স্মৰণ কৰক। দেখিব মা দুৰ্গাই আপোনাৰ সকলো সমস্যা দূৰ কৰিছে। ( Religious Studies )


হিন্দু শাস্ত্ৰ মতে, দুৰ্গা দেৱী হল সকলো দোষ দুৰ্গতিৰ বিনাশকৰ্তা। গতিকে দুৰ্গা পূজাৰ আগে আগে যদি ঘৰলৈ এই এটি বস্তু আনিব পাৰে, তেতিয়া দুৰ্গা দেৱীৰ বিশেষ কৃপা প্ৰাপ্ত হয়। ঘৰৰ পৰা অপায় অমংগল দূৰ হয় আৰু ঘৰলৈ সুখ শান্তি আহে। 


শাস্ত্র মতে পদুম ফুল হল, মা দুৰ্গাৰ অত্যন্ত প্ৰিয়। গতিকে এই সময়ত যদি ঘৰলৈ পদুম ফুল আনি ৰখা হয়, তেন্তে দুৰ্গা মা আৰ্শীবাদত সকলো ধৰণৰ ৰোগ ব্যাধি দূৰ হবলৈ আৰম্ভ কৰিব লগতে মস্তিস্কৰ ক্ষমতাও বৃদ্ধি পাব। 


দুৰ্গা পূজাৰ আগে এটি নৱমুখী ৰুদ্ৰাক্ষ ঘৰলৈ আনক। নৱমুখী ৰুদ্ৰাক্ষৰ অধিষ্ঠাত্রী দেৱী হল দেৱী দুৰ্গা সেয়ে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে, ধাৰকৰ জীৱনত শক্তিৰ সঞ্চাৰিত হয় আৰু ভয় দূৰ হয়। লগতে শ্ৰীবৃদ্ধি ঘটে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে মানুহৰ আধ্যাত্মিক জ্ঞান সমূহ, ধৰ্ম অনুচালনাত বৃদ্ধি পায়। ( Religious Studies )


অপৰাজিতা ফুল গছ

দুৰ্গা পূজাৰ আগে আগে ঘৰলৈ আনক, অপৰাজিতা ফুল গছ। কাৰণ মা দুৰ্গাৰ এক নাম হল অপৰাজিতা। এই অপৰাজিতা ফুল আগবঢ়াই দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰিলে, দেৱী দুৰ্গা প্ৰসন্ন হয়। সেয়ে দুৰ্গা দেৱীৰ শ্ৰী চৰণত, অপৰাজিতা ফুল অৰ্পণ কৰিলে, সকলো মনৰ আশা পূৰ্ণ হয়। লগতে ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পায়। ইয়াৰ উপৰিও ঘৰত অপৰাজিতা ফুল গছ থাকিলে বাস্তু দোষ দূৰ হয়। (সংগ্ৰহিত)

জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages