লক্ষ্মী পূজাত এনে কৰিলে মা লক্ষ্মী হয় ৰুষ্ট : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 19, 2021

লক্ষ্মী পূজাত এনে কৰিলে মা লক্ষ্মী হয় ৰুষ্ট : Religious Studies

Religious Studies


সৌভাগ্য আৰু ধন সম্পদৰ দেৱী হল মা লক্ষ্মী। দূৰ্গা পূজা পাছতে হয় লক্ষ্মী পূজা। হিন্দু ধৰ্ম মতে এই দিনটোত ঘৰত লক্ষ্মী পূজা কৰিলে মা লক্ষ্মীয়ে ভক্তসকলক সুখ সমৃদ্ধি, ধন, সম্পদ, বৃদ্ধিৰ আৰ্শীবাদ প্ৰদান কৰে।( Religious Studies )

 আৰু এই দিনত মা লক্ষ্মী আৰাধনাৰে জাগ্ৰত হয় সমস্ত হিন্দু লোকৰ ঘৰত। কিন্তু লক্ষ্মী পূজাত এনে কিছুমান কাম কৰাটো একেবাৰে উচিত নহয়। যদিহে লক্ষ্মী পূজাত এই কাম সমূহ কৰা হয়, তেন্তে দৰিদ্ৰতা আপোনাৰ জীৱনলৈ নামি আহিব পাৰে। সেয়ে লক্ষ্মী পূজাত এই কাম সমূহ কৰিব নালাগে। সেয়া হৈছে, 


১/লক্ষ্মী পূজাত কাঁহৰ ঘন্টা বজোৱা একেবাৰে উচিত নহয়। এনে কৰিলে মা লক্ষ্মী অসন্তোষ হয় কাৰণ উচ্চ শব্দ মা লক্ষ্মীয়ে পচন্দ নকৰে। 


২) লক্ষ্মী পূজাত কেতিয়াও তুলসী পাত ব্যৱহাৰ নকৰিব। কিন্তু এই কথা মনত ৰাখিব যে, মা লক্ষ্মীৰ পূজাৰ শেষত দুপাহ ফুল আৰু দুটি তুলসী পাত ভগৱান শ্রী বিষ্ণুৰ চৰণত অৱশ্যে অৰ্পণ কৰিব। 


৩/ষ্টিলৰ বাচন বৰ্তন দি মা লক্ষ্মীৰ পূজা নকৰিব। কাৰণ ষ্টিলৰ বাচন বৰ্তন দি অলক্ষ্মীৰ পূজা কৰা হয়। গতিকে এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয়। 


৪/লক্ষ্মী পূজাৰ সময়তে ধূপ বা প্ৰদীপ কেতিয়াও বাওঁফালে নাৰাখিব। সেই ধূপ বা প্ৰদীপ মা লক্ষ্মীৰ সোঁফালে ৰাখিব। ( Religious Studies )


৫/লক্ষ্মী পূজাৰ সময়ত বগা ফুল লক্ষ্মী মাক অৰ্পণ নকৰিব। কাৰণ তেওঁ বিবাহিত। সৰ্বকালৰ ৰঙা বা গুলপীয়া ৰংৰ ফুল নিবেদন কৰিব। 


৬/লক্ষ্মী পূজাৰ দিনত কলা বা বগা কাপোৰৰ ওপৰত লক্ষ্মী মাৰ ফটো নাৰাখিব। 


৭/এই দিনত ভুলটো ঘৰ দুৱাৰ অপৰিষ্কাৰ কৰি নাৰাখিব। কাৰণ দেৱী লক্ষ্মীয়ে লেতেৰা ঠাই বা অপৰিষ্কাৰ পচন্দ নকৰে। 


৮/লক্ষ্মী পূজাৰ দিনত ভুলটো লেতেৰা বা পুৰণি কাপোৰ পৰিধান নকৰিব। যদিহে লেতেৰা বা পুৰণি কাপোৰ পৰিধান কৰে, তেন্তে কৰ্ম দিশত সাফল্য পোৱা নাযাব। 


৯/লক্ষ্মী পূজাৰ সময়ত ভুলটো অন্যমনস্ক নহব। আপোনাৰ মন সৰ্বদা লক্ষ্মীতে স্হিৰ ৰাখিব। 


১০/লক্ষ্মী পূজাৰ দিনতো কাৰো লগতে তৰ্ক বা কাজিয়া পেচাল আদি নকৰিব। মা লক্ষ্মী অসন্তোষ হয়। আৰু দেৱী লক্ষ্মীৰ আৰ্শীবাদৰ পৰা বঞ্চিত হব।। (সংগ্ৰহিত)।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages