এনে কৰিলে ঘৰলৈ ধন টকা পইচাৰ অহাৰ বাট মুকলি হব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 10, 2021

এনে কৰিলে ঘৰলৈ ধন টকা পইচাৰ অহাৰ বাট মুকলি হব : Religious Studies

Religious Studies


এই নৱৰাত্ৰিৰ ৯দিন হৈছে আদি শক্তিৰ ৯টা ৰূপৰ উপাসনাৰ দিন। এই ৯দিন সম্পূর্ণ শ্ৰদ্ধা ভাৱনাৰে দূৰ্গা মাৰ পূজা অৰ্চনা কৰা হয়। ( Religious Studies )


কোৱা হয়, এই নৱৰাত্ৰিত দূৰ্গা মাক সুখী কৰিব পাৰিলে, মা দূৰ্গাৰ অসীম কৃপা লাভ হয়। জ্যোতিষ শাস্ত্ৰ মতে এনে কিছু উপায় আছে। যাৰ দ্বাৰা ধন বৃদ্ধি ঘটাব পাৰি। কোৱা হয়, এই নৱৰাত্ৰিৰ ৯দিনত কৰা কিছু উপায় দ্বাৰা, আপুনি আপোনাৰ ধন সম্বন্ধীয় চিন্তা দূৰ কৰিব পাৰে। মান্যতা অনুসৰি নৱৰাত্ৰিৰ এই ৯টা দিনত দূৰ্গা মায়ে এই পৃথিৱীত বিচৰণ কৰে। আৰু তেওঁ ভক্তসকলক সুখ সমৃদ্ধি লাভৰ আশা প্ৰদান কৰে। 


জ্যোতিষ শাস্ত্ৰ মতে, এই ৯দিনক লৈ এনে উপায় আছে, যদিহে আপুনি নৱৰাত্ৰিত কৰিব পাৰে, তেন্তে মায়ে আপোনাৰ ধন সম্বন্ধীয় চিন্তা দূৰ কৰিব আৰু আপুনি মাৰ বিশেষ কৃৃপা লাভ কৰিব। এই নৱৰাত্ৰি সময়ত আপুনি মা সন্মুখত কড়ি আৰু তিনিটা গুমটি চক্ৰ ৰাখিব। আৰু ইয়াক ভালদৰে পূজা অৰ্চনা কৰিব। পূজা  কৰাৰ সময়ত চাউল আৰু হালধি অৱশ্যে লগাব।( Religious Studies ) 

ইয়াৰ পাছত নৱমী দিনা এখন ৰঙা কাপোৰত বান্ধি আপুনি চন্দুক, বা টকা পইচা বা গহনা আদি ৰখা আলমাৰিত ৰাখিব। এনে কৰিলে অৰ্থৰ ক্ষেত্রত উন্নতি ঘটে আৰু ঘৰখনত ধন বৃদ্ধি হয়। আৰু সেই ঘৰখনৰ আয়ু বৃদ্ধি বাঢ়ে। সেই ঘৰখনত কেতিয়াও ধনৰ অভাৱ নঘটে। ইয়াৰ বাহিৰেও এই নৱৰাত্ৰিত দূৰ্গা মা ওচৰত এখন পানত গোলাপ ফুল ৰাখি দেৱী মাক অৰ্পণ কৰিব। এনে কৰিলে মা বহু প্ৰসন্ন হয়। আৰু তেওঁ আপোনাৰ ঘৰত স্হায়ী ভাৱে বসবাস কৰিবলৈ লব।


জয় মা দুৰ্গা…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages