আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 31, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

Horoscope Today


১৩ কাতি,ৰবিবাৰ, ইং ৩১ অক্টোবৰ,২০২১। (Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব,আৰ্থিক দিশত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, ধন ধান বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব যদিও আজি আপোনাৰ মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, ঋণ পৰিশোধ কৰাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য বাধা আহিব পাৰে লগতে সজাগ নহলে সামান্য  পাৰিবাৰিক মনোমালিন্য ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সৃষ্টিশীল মনোভাৱ বাঢ়িব,সম্পদ লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।(Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব,দাম্পত্য জীৱনত শুভ হব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত ক্ষেত্ৰত হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, যদিও আজি আপুনি সজাগ নহলে সামান্য শত্ৰু বাঢ়িব পাৰে লগতে আজি আপোনাৰ নিজৰ ঘৰখনৰ  ওপৰত সকলো কৰ্মতে নজৰ ৰাখিব।  


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ মনত আনন্দ বাঢ়িব, মনৰ আশা পুৰণ হব, লগতে প্ৰেম আৰু কৰ্মত উন্নতি হোৱাৰ যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, দ্ৰব্য লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত সম্পদ বাঢ়িব, ভ্ৰমণত সফল হব, যদিও আজি আপুনি নিজে কৰা ভুল কামৰ বাবে অনুশোচনাত ভুগিব পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সানিধ্য লাভ কৰিব পাৰে, প্ৰেম আৰু কৰ্মত শুভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                কামাখ্যা গেট ( নাৰ্চাৰী)

 গুৱাহাটী 


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages