আজিৰ ৰাশিফল জানো আহক : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 23, 2021

আজিৰ ৰাশিফল জানো আহক : Horoscope Today

                      

Horoscope Today


৫ কাতি,শনিবাৰ, ইং ২৩ অক্টোবৰ,২০২১।  ( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  উত্তম বস্ত্ৰ লাভ কৰিব পাৰে, লগতে মনৰ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত সফল হব, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ  আত্মবিশ্বাস বাঢ়িব, মনৰ আশা বাঢ়িব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্মত বুদ্ধি বাঢ়িব , যদিও আজি আপুনি সজাগ নহলে সামান্য সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব,যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হব পাৰে লগতে ঘৰুৱা দিশত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত জ্ঞান বাঢ়িব,ধন সন্মান লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ  সকল হব, মনৰ চিন্তা ধাৰা উন্নত হব, যদিও আজি আপুনি সজাগ নহলে ব্যৱসায়িক দিশত সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হব, কৰ্মক্ষেত্ৰ সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য বেয়া সংবাদ পোৱাৰ যোগ  দেখা যায়। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, সম্পত্তি লাভ হব, লগতে সু:সংবাদ লাভ  হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ চিন্তা দুৰ হব, লগতে কৰ্ম ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব পাৰে, শুভ সংবাদ লাভ হব, লগতে উকীল সকলৰ কৰ্মক্ষেত্ৰ শুভ  হোৱাৰ যোগ দেখা যায়

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages