আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 1, 2021

আজিৰ ৰাশিফল : Horoscope Today

                


  ১৪আহিন , শুক্ৰবাৰ,ইং ১ অক্টোবৰ, ২০২১।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, সম্পদ বৃদ্ধি হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ  হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত   কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব ।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, সামাজিক কৰ্মত সুখ বৃদ্ধি হব, যদিও আজি আপুনি নিজৰ খং আৰু অভিমান ভাৱ দমন কৰিবলৈ চেষ্টা কৰিব। 

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, পুৰণি বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয়  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, আৰ্থিক দিশত সামান্য নাটনি হব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে মনত সামান্য অস্থিৰতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব যদিও কৰ্মত সামান্য প্ৰেৰণা লাভ কৰিব পাৰে  লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।( Horoscope Today )

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ সামান্য মানসিক উদ্বেগ  ভাৱ বাঢ়িব পাৰে,  লগতে আজি সজাগ নহলে আপোনাৰ ব্যৱসায়িক দিশত সামান্য সাল সলনি হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত  কৰ্মত সফল হব, কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব। 

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি আপোনাৰ মানসিক উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰতিভাৰ বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব।  

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, মনত সামান্য ঙংগ আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages