এই পাঁচটা বস্তু ঘৰত ৰাখিলে সৌভাগ্যৰ আগমন হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 20, 2021

এই পাঁচটা বস্তু ঘৰত ৰাখিলে সৌভাগ্যৰ আগমন হয় : Assamese Fact

Assamese Fact


বাস্তুশাস্ত্ৰ আৰু ফেংচুই বিশ্বাস কৰে নে! ফেংচুই মতে ঘৰত ৫টা বস্তু ৰাখিলে ঘৰলৈ সৌভাগ্য আৰু প্ৰেমৰ আগমন হয়। Assamese Fact )


১) ঘৰৰ মুখ্য দুৱাৰত ঘন্টা বা ফেংচুই মুদ্ৰা লগাই থব। ঘৰৰ দুৱাৰত এই বস্তু লগোৱা মানে, ঘৰলৈ ধনৰ ভাগ্যক সৰ্বশ্ৰেষ্ঠ উপায়েৰে নিমন্ত্রণ কৰা। ৩টা পুৰণি চীনা মূৰ্তি বা ঘন্টা এটা ৰঙা কাপোৰত বান্ধি ঘৰৰ মুখ্য দুৱাৰত লগাই দিব। এই কথা মনত ৰাখিব যে, ঘৰৰ মুখ্য দুৱাৰৰ ফালে হে বান্ধিব। 


২)Laughing Buddha ।

ঘৰলৈ আনক লাফিং বুদ্ধা। 

হাঁহি থকা বুদ্ধাই ঘৰলৈ সৌভাগ্য, সিদ্ধি আৰু অৰ্থ সমৃদ্ধিক আনে। 

হাঁহি থকা লাফিং বুদ্ধা কত স্থাপন কৰিব ? সেই ঠাই অতি গুৰুত্বপূৰ্ণ।মুখ্য দুৱাৰৰ দিশে  মুখ কৰি থকাকৈ স্হাপন কৰিব। ঘৰৰ মুখ্য দুৱাৰে দি যি শক্তি ঘৰত প্ৰৱেশ কৰিব, সাহ্যময়ী বুদ্ধৰ অভিনন্দন দেখি আৰু শক্তিশালী হৈ পৰিব । তথা অধিক সাফল্য আনিব । এই লাফিং বুদ্ধা শুৱনি কোঠা বা পাকঘৰত নাৰাখিব। 


৩) ৩ ঠেংৰ বেং,

ফেংচুই মতে বহুত সৌভাগ্য সূচক। এই বেং বা ভেকুলীৰ মুখত ১ বা ৩  টা মুদ্রা থাব লাগে । ঘৰৰ মুখ্য দুৱাৰৰ কাষৰ ভিতৰৰ ফালে যিকোনো ঠাইত ৰাখিব পাৰে। চাব যাতে ভেকুলীৰ মুখ'খন ঘৰৰ ফালে মুখ কৰি থাকে। কাৰণ ই আপোনাৰ ঘৰত ধন প্ৰৱেশ কৰাৰ সূচনা কৰে। এইটো ৰান্ধনি ঘৰ বা বাথৰূমত নাৰাখিব। এনে কৰিলে ঘৰলৈ দুৰ্ভাগ্য মাতি অনা হয়। Assamese Fact )


৪) Goldfish।

আপোনাৰ ঘৰৰ একোৰিয়ামত সোণালী মাছ ৰাখিব পাৰিলে সৌভাগ্য বৃদ্ধি হয়। আপুনি ৯টা মাছ ৰাখিব। যদি মাছ মৰি যায়, তেন্তে চিন্তা নকৰি আকৌ এটা মাছ কিনি আনিব পাৰে।

শাস্ত্ৰত কোৱা হয়, ঘৰত মাছ মৰিলে, কিছু দুৰ্ভাগ্য কাটি যায়। এয়া ৰান্ধনিশাল, শুৱনি কোঠাত নাৰাখিব। 


৫) Love Bird । 

লʼভ বাৰ্ড প্ৰেম বা ৰোমাঞ্চৰ প্ৰতীক। এইটো ঘৰৰ দক্ষিণ পশ্চিম দিশত বা শয়ন কক্ষৰ দক্ষিণ দিশত ৰাখিব পাৰে। আপুনি যদি বিবাহৰ বাবে আগ্ৰহী, তেন্তে শয়ন কক্ষত এনে পখী ৰাখিব পাৰে, কিন্তু ৩টা পখী নাৰাখিব। এনে কৰিলে আপোনাৰ প্ৰেম বা বিবাহত ৩পক্ষৰ প্ৰৱেশ ঘটিব পাৰে।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages