লং ৰ এই উপায়টো কৰি লক্ষ্মী দেৱীৰ কৃপা অৰ্জন কৰক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 30, 2021

লং ৰ এই উপায়টো কৰি লক্ষ্মী দেৱীৰ কৃপা অৰ্জন কৰক : Assamese Fact

 

Assamese Fact



আপোনালোকৰ ঘৰত এটা লং মনে মনে ৰাখি দিয়ক তাৰ পাছত ঘৰত ইমানেই পইচা আহিব যে আপুনি সেই পইচা স্বম্ভালিবও নোৱাৰা হৈ যাব।Assamese Fact )

 এই উপায়তো হৈছে আপোনাৰ ঘৰত টকাৰ আমদানি বঢ়োৱাৰ বাবে। আমি সকলোৱে টকা উপাৰ্জন কৰিব বিচাৰো, কিন্তু কিছুমান মানুহে কষ্ট নকৰাকৈয়ে বহুত টকা উপাৰ্জন কৰাৰ সপোন দেখে। কিন্তু এইয়া সম্ভৱ নহয় কিয়নো কষ্ট অবিহনে মানুহে টকা অর্জন কৰিব নোৱাৰে। কেতিয়াবা আমি দেখিবলৈ পাওঁ যে বহুতো মানুহে বহুত কষ্ট কৰাৰ পাছতো তেওঁলোকে বিচৰা ধৰণে সফলতা পাব নোৱাৰে। গতিকে আজিৰ এই উপায়টো হৈছে সেইসকল লোকৰ বাবে যিসকল লোকে বহুত কষ্ট কৰাৰ পাছতো মনে বিচৰা ধৰণে সফল হব পৰা নাই। 


আপোনাক দৰকাৰ মাত্ৰ এটা লং । এইটো সদায় মনত ৰাখিব যে এই উপায় অৱলম্বন কৰাৰ সময়ত মনত বিশ্বাস থাকিব লাগে। কোৱা হয় যে যত বিশ্বাস থাকে তাত পাথৰৰ পৰাও পানী ওলাই আহে। সেইবাবে এইটো উপায় সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰক। Assamese Fact )

কিন্তু এই উপায়টো কৰাৰ পাছত কাকো গম পাবলৈ দিব নালাগে । অৰ্থাৎ যদি পত্নী গৰাকীয়ে এই উপায়টো কৰিছে তেন্তে তেওঁ স্বামীক এই বিষয়ে জানিব দিব নালাগে।


প্ৰথমে এটা লং লৈ আৰু এটুকুৰা ৰঙা ৰঙৰ কাপোৰ লৈ লওক। ৰঙা কাপোৰেৰে লংটো মেৰিয়াই দিয়ক। এনে কৰাৰ সময়ত মহালক্ষ্মীক মনত পেলাই মনৰ ভিতৰত তেওঁৰ নাম লৈ থাকক। আৰু এই কাপোৰৰ টুকুৰাটোক মহালক্ষ্মী হিচাবে মানি নিজৰ ল'কাৰত থৈ দিয়ক। আপুনি ঘিউৰ চাকিও জলাব পাৰে নতুবা ধূপকাঠিও জলাব পাৰে। এই উপায় অৱলম্বন কৰাৰ কিছুদিন পাছত আপুনি গম পাব যে আয় সম্পৰ্কীয় আপোনাৰ যিবোৰ সমস্যা আছে সেই সকলোবোৰ নাইকিয়া হৈ গৈছে। আপোনাৰ হাতলৈ টকা আহিব ধৰিব। সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে এই উপায় কৰাৰ পাছতে আপুনি টকাৰ আগমন হোৱা দেখিবলৈ পাব।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 



No comments:

Post a Comment

Advertisement

Pages