সপোনত ভগৱান শিৱক দেখাৰ সংকেত : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 20, 2021

সপোনত ভগৱান শিৱক দেখাৰ সংকেত : Assamese Fact

Assamese Fact

 সপোনত ভগৱান শিৱক দেখা বহু বেছি শুভ মনা হয়। কাৰণ এনে সপোনে জীৱনত হবলগীয়া বহু ভাল ঘটনাৰ সূচনা কঢ়িয়াই লৈ আনে। যাৰ বাবে জীৱনত চলি থকা সমস্যাৰ অন্ত পৰিব। ( Assamese Fact )


 সপোনত যদি কোনোবাই ভগৱান শিৱক সাক্ষাৎ ৰূপে দেখা পায়, যদি আৰ্শীবাদ আদি দিয়া দেখা পায়, তেতিয়া এনে সপোন দেখি পোৱাজনৰ আহিব লগা বহু সফলতা আৰু বাঢ়িব ধৰা ভক্তি ফল দেখুৱাই। লগতে যদি সপোন দেখাজনে কোনো ৰোগৰ লগত যুঁজি আছে, তেনেহলে সেয়াও শীঘ্ৰে ভাল হোৱাৰ সংকেত। 


সপোনত যদি ভগৱান শিৱৰ লগত, মাতা পাৰ্ৱতীক দেখা পায়, তেন্তে এনে সপোন দেখাজনৰ আহিব লগা জীৱন সংগীৰ সংকেত দিয়ে। যদি কোনোবা বিবাহিত লোকে, ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীক একেলগে সপোনত দেখা পায়, তেতিয়া সেইজনৰ বিবাহিত জীৱন আৰু অধিক শক্তিশালী হোৱাৰ সংকেত দিয়ে। লগতে অতি শীঘ্রে পাবলগীয়া ডাঙৰ সফলতাৰ বিষয়ে সংকেত দিয়ে। ( Assamese Fact )


যদি কোনোবাই নিজকে ভগৱান শিৱৰ মন্দিৰলৈ যোৱা দেখা পায়, তেতিয়া এনে সপোনে এয়া বুজাই যে, আপোনাৰ জীৱনত সোনকালে সকলোবোৰ ভাল হবলৈ গৈ আছে। কাৰণ এতিয়া আপোনাৰ ওপৰত ভগৱান শিৱৰ কৃপা দৃষ্টি আছে। যাৰ দ্বাৰা আপুনি জীৱনত বহু সফলতা লাভ কৰিব।। (সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Assamese Fact)

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages