বিচনাৰ তলত আপুনিও এই বস্তু কেইবিধ ৰাখে নেকি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 5, 2021

বিচনাৰ তলত আপুনিও এই বস্তু কেইবিধ ৰাখে নেকি : Assamese Fact

 

Assamese Fact

ফেংচুই অনুসৰি এই ৫ টা বস্তু বিচনাৰ তলত ৰখাটো কেতিয়াও উচিত নহয় , কাৰণ সেই বস্তুৰপৰা বাহিৰলৈ ওলাই অহা ঋণাত্মক উৰ্জাই ব্যক্তিক শৰীৰিক বা মানসিক ভাবে প্ৰভাম্বিত কৰিব পাৰে। Assamese Fact )


প্ৰথমে

বিচনাৰ তলত, জোতা চেণ্ডেল ৰখাটো অনুচিত। বিচনাৰ তলত জোতা চেণ্ডেল ৰাখিলে, ৰাতি টোপনিত ব্যাঘাত ঘটাব পাৰে। লগতে শাৰীৰিক ক্লান্তি সমস্যা আদিও দেখা দিব পাৰে। 


দ্বিতীয়তে

ঝাড়ু। ফেংচুই অনুসৰি বিচনাৰ তলত ভুলটো ঝাড়ু ৰখাটো উচিত নহয়। ইয়াৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায় আৰু সংসাৰত অভাৱ অনাতনে দেখা দিয়ে। 


তৃতীয়তে

যন্ত্র পাতি, খেলাৰ সামগ্রী বা ব্যায়ামৰ সামগ্রী ইত্যাদি বস্তুবোৰ বিচনাৰ তলত ৰাখিলে শান্তিত বিষণ্ণ হয়, তাৰোপৰি দাম্পত্য জীৱনত অশান্তি দেখা দিয়ে। Assamese Fact )


চতুৰ্থতে

কিতাপ, বহী। কিতাপ বহীয়ে, মানুহক মানসিকভাৱে উত্তেজিত কৰে। সেয়ে ফেংচুইত কোৱা হয়, বিচনাৰ তলত বহী কিতাপ ৰাখিলে, শুৱাৰ সময়ত প্ৰয়োজনীয় মানসিক শান্তি অৰ্জনত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও কিতাপ বহীত মা সৰস্বতী বাস কৰে। গতিকে মা সৰস্বতীক বিচনাৰ ওপৰত ৰখা বা তলত ৰখাটো মুঠেই উচিত নহয়। 


পঞ্চমতে

ধাৰ থকা বস্তু যেনে, চুৰি কটাৰী , কেচি, এনেবোৰ বস্তু ফেংচুই অনুসৰি বিচনাৰ তলত কেতিয়াও ৰাখিব নালাগে। এইবোৰ হৈছে হিংসাৰ প্ৰতীক। এইবোৰৰ নেতিবাচক প্ৰভাৱে জীৱনত হিংসাৰ পৰিমাণ বৃদ্ধি কৰে। সেইবাবে বিচনাৰ তলত চুৰি বা অন্য ধাৰ থকা বস্তু ৰখাটো উচিত নহয়।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

No comments:

Post a Comment

Advertisement

Pages