আজি বিশ্বকৰ্মা পূজা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, September 17, 2021

আজি বিশ্বকৰ্মা পূজা : Religious Studies

Religious Studies


হিন্দু ধৰ্মত উল্লেখ অনুসৰি ভগৱান ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছিল। 

আৰু এই বিশ্বব্ৰহ্মাণ্ডক সুন্দৰকৈ গঢ় দিছিল ভগৱান বিশ্বকৰ্মাই।  ( Religious Studies )

Religious Studies
সেয়ে ভগৱান বিশ্বকৰ্মাক কোৱা হয়। জগতৰ প্ৰথম ইঞ্জিনিয়াৰ। প্ৰতি বছৰে বিশ্বকৰ্মা পূজা ভাদ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। হিন্দু ধৰ্মত উল্লেখ অনুসৰি, এই প্ৰৱিত্ৰ দিনতে ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল। সেয়ে এই দিনটি বিশ্বকৰ্মা জয়ন্তী হিচাপেও জনা যায়। 


সাধাৰণতে শ্ৰমিক সকল, যান বাহনৰ গৰাকী, বা যন্ত্র চালিত কাৰখানা আদি লোকসকলেহে এই বিশ্বকৰ্মা পূজা অতি ধূম ধামেৰে পালন কৰা দেখা যায়। অসমীয়া মাহৰ ১৪২৭খ্ৰীষ্টাব্দ৩১ভাদ আৰু ইংৰাজী ২০২১বৰ্ষৰ ১৭ছেপ্তেম্বৰ শুক্ৰবাৰে অৰ্থাৎ আজি বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। ( Religious Studies )


বিশ্বকৰ্মা পূজাৰ বিশেষ শুভ মুহুৰ্ত্ব হৈছে-পুৱা ৭বাজি৫২মিনিটৰ পৰা ১০বাজি ১৯মিনিটৰ মাজত। পুনৰ দুপৰীয়া ১২বাজি ৪৫মিনিটৰপৰা ২বাজি২৩মিনিটলৈ। এই সময়ত পূজা অৰ্চনা কৰিলে ভগৱান বিশ্বকৰ্মা অত্যন্ত সন্তষ্ট হয়। 

আৰু ভক্তসকলক দুহাত ভৰি আৰ্শীবাদ প্ৰদান কৰে।।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages