আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, September 25, 2021

আজিৰ ৰাশিফল : Horoscope Today

               


  ৮ আহিন , শনিবাৰ,ইং ২৫ চেপ্তেম্বৰ, ২০২১।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মস্থান সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্রত সন্মান বাঢ়িব, খেতিয়ক সকলৰ সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য    হোৱাৰ যোগ দেখা যায়। 

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত উন্নতি হব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত উন্নতি  হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  দ্ৰব্য লাভ হব, আয় বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে প্ৰেমত সামান্য জতিলতা বৃদ্ধি হোৱাটো ভাল হব।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ   হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ বাঢ়িব পাৰে, লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ কৰিব, কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আপোনাৰ আজি সামান্য ক্ষতি  হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত  আত্মীয়ৰ আগমন হব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে আপোনাৰ কৰ্মত সামান্য পৰিৱৰ্তন  হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত আশা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব লগতে কৰ্মক্ষেত্ৰত আজি আপোনাৰ গুৰুত্ব হ্ৰাস  পোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্ৰত সফল হব, লগতে আজি আপোনাৰ শুভ সংবাদ লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনত অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 



"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages