সোমবাৰে হৈছে, ভগৱান শিৱক পূজা কৰাৰ উত্তম সময় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, September 20, 2021

সোমবাৰে হৈছে, ভগৱান শিৱক পূজা কৰাৰ উত্তম সময় : Religious Studies

 


হিন্দু ধৰ্মত ভগৱান শিৱক সকলো দেৱতাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। এইটোও কোৱা হয় যে, ভগৱান শিৱই একমাত্র পৃথিৱীখন চলাই।( Religious Studies )

 তেওঁ যিমান শান্ত, সিমানে ৰুদ্ৰ। শাস্ত্ৰ অনুসৰি সোমবাৰৰ দিনটো ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। মহাদেৱক সন্তষ্ট কৰিবলৈ ভক্তসকলে উপবাস কৰে, ধৰ্মীয় শাস্ত্ৰ অনুসৰি মহাদেৱৰ আৰাধনা যিকোনো সময়তে কৰিব পাৰি। কিন্তু এইটো বিশ্বাস কৰা হয় যে, সন্ধ্যা মহাদেৱৰ আৰাধনা কৰিলে অধিক ফলদায়ক হয়। ভোলানাথক সন্তষ্ট কৰিবলৈ বেছি একো কৰিব নালাগে। কেৱল এটা বিশেষ স্তোত্ৰ পাঠ কৰিলেই সন্তষ্ট হয় ভগৱান শিৱ। 


এই স্তোত্ৰৰ পাঠ কৰিলেই ভগৱান শিৱই ভক্তসকলৰ ইচ্ছা পূৰণ কৰে। কোৱা হয় যে,যদি কোনো লোকে ভগৱান শিৱৰ ধ্যান বা আৰাধনা কৰে, আৰু ৰামচৰিত মানসৰ পৰা, লোৱা এই বিশেষ স্তোত্ৰ পাঠ কৰে, তেন্তে সেই লোকজন ভগৱান শিৱৰ কৃপাৰ প্ৰাপ্ত হৈ পৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই স্তোত্ৰ পাঠ কৰি অতি কম সময়তে প্ৰভূ শিৱক সন্তষ্ট কৰিব পাৰি। আৰু দ্ৰুত ফলদায়ক বুলি গণ্য কৰা হয়। লগতে এই স্তোত্ৰ কম সময়তে আৰু কম আয়াসতে মনত ৰাখিবও পাৰি। ( Religious Studies )


নমামিশমিষাণ নিৰ্বাণ ৰূপং, বিভু বিপ্যাকং ব্ৰহ্ম বেদঃস্বৰূপম। 


নিজং নিগুণং নিৰ্বিকল্পং, নিৰিহং, চিদাকাশ মাকশৱাচং ভজেহম। 


নিৰাকাৰ মোংকাৰ, মুলং তুৰিয়ং, গিৰাজ্ঞান, গোতিতমীশং গিৰীশম। 


কৰলাং মহাকাল কালং কৃপালুং, গুণাগাৰ সংসাৰম পাৰং নতোহম। 


তুষাৰদি সংকাশ গৌৰাং গম্ভীৰং, মনোভূট কোট প্ৰভা শ্ৰী শৰীৰম্।


ষ্ফুৰন্মৌলি কল্লোলিনী চাৰু গংগা, লছন্দ্ৰজাল বালেন্দু কন্ঠে ভূজংগা। 


চলতকুন্জলং শুভ নেত্ৰ বিশালং, প্ৰসন্নানং

নীলকণ্ঠ দয়ালম। 


মৃগাধীশ চৰ্মাম্বৰং মুণ্ডমালং, প্ৰিয় শংকৰং, সৰ্বনাতং ভজামি। 


ত্ৰয়শূল নিৰ্মূলং শূল পাণীং, ভজেহং ভৱানীপতিম ভাৱ গম্যম। 


কলাতীত কল্যাণ কল্পান্তকাৰী, সদা সচ্চিদানন্দ

দাতা পূৰাৰী। 


চিদানন্দ সন্দোহ মোহাপহাৰী, প্ৰসীদ প্ৰসীদ প্ৰভূ মন্মথাৰী।

ঔঁঁ নমঃ শিৱাই…

 এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages