আজি "কন্যা দিৱস'ৰ শুভেষ্যা জনাই আৰু কি কলে প্ৰাক্তন বিধায়িকা আঙুৰলতাই : Assamese news - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, September 26, 2021

আজি "কন্যা দিৱস'ৰ শুভেষ্যা জনাই আৰু কি কলে প্ৰাক্তন বিধায়িকা আঙুৰলতাই : Assamese news

Assamese news

"কন্যা সন্তান সকল মোৰ দৃষ্টিত এখন ঘৰ তথা এখন সমাজৰ বাবে সুভাগ্যৰ এখনি জীৱন্ত প্ৰতিচ্ছবি৷( Assamese news )

Assamese news
এখন ঘৰ তথা এটা পৰিয়ালক সগৌৰৱেৰে উজ্জ্বলাই তুলিবলৈ এগৰাকী কন্যা সন্তানেই ত্যাগ তথা সহনশীলতাৰ অনন্য ৰূপৰ সঞ্চাৰক হয়৷ সেয়েহে এগৰাকী কন্যা সন্তানৰ জীৱন পৰিক্ৰমাত ন্যস্ত থাকে এখন দেশ তথা সমাজৰ ভৱিষ্যত৷ হয়তো এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱাৰ সুভাগ্যই এই অনুভৱ বোৰ আপোন কৰিবলৈ মোক শিকাইছে৷ ( Assamese news )


আজি 'কন্যা দিৱস'ৰ গৌৰৱৰ ক্ষণত প্ৰত্যকগৰাকী মাতৃ তথা কন্যা সন্তানক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ কন্যা সকলৰ ভৱিষ্যত নিৰাপত্তা তথা শ্ৰীবৃদ্ধিয়ে সমাজৰ কাৰণে অলেখ অযুত সম্ভাৱনা কঢ়িয়াই আনক তাৰেই কামনা কৰিলোঁ৷ ধন্যবাদ৷ " - আঙুৰলতা ডেকা

Assamese news )



No comments:

Post a Comment

Advertisement

Pages