শাওণ মাহৰ অমাৱশ্যাত এই সমূহ কৰাটো অশুভ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 8, 2021

শাওণ মাহৰ অমাৱশ্যাত এই সমূহ কৰাটো অশুভ : Religious Studies

Religious Studies

প্ৰত্যেকটো অমাৱশ্যাৰে অধিক মহত্ব আছে। এই দিনত প্ৰৱিত্ৰ নদীত স্নান আৰু দান কৰাটো অধিক পূণ্য হিচাপে মনা হয়। ( Religious Studies )

Religious Studies

সেয়ে, এই অমাৱশ্যাত এনে কিছু কাম আছে, যাক কৰাটো অমংগল মনা হয়। এই শাওণ মাহৰ অমাৱশ্যাত এই সমূহ কামৰপৰা বিৰত থকা উচিত। 


১) যদি আপুনি পুৱা দেৰিলৈকে শুৱা অভ্যাস আছে, তেন্তে অমাৱশ্যাৰ দিনা সোনকালে উঠিবলৈ চেষ্টা কৰিব। কাৰণ এই অমাৱশ্যাৰ সময়ত দেৰিলৈকে শুৱাটো অমংগল মনা হয়। এই দিনত সোনকালে শুই উঠি সূর্য্য দেৱক উদ্দেশ্য কৰি জল নিবেদন কৰা উচিত। ইয়াৰদ্বাৰা ঘৰখনৰ দুখ দূৰ হয়। 


২/এই অমাৱশ্যাত যিহেতু চন্দ্রৰ দৰ্শন নহয়। গতিকে এই অমাৱশ্যাৰে সময়ত নিগেটিভ শক্তি সমূহ অধিক সক্ৰিয় হৈ উঠে, গতিকে এই অমাৱশ্যাত কোনো নিৰ্জন ঠাই বা শ্মশান আদি ঠাইলৈ যোৱাটো একেবাৰে উচিত নহয়। 


৩/এই অমাৱশ্যাৰ দিনত কোনো বিবাদত যুক্ত নহব। এই অমাৱশ্যাৰ দিনত হাই কাজিয়া কৰিলে পূৰ্বপুৰুষৰ আৰ্শীবাদৰ পৰা বঞ্চিত হব পাৰে। গতিকে এই অমাৱশ্যাৰ দিনত হুলস্থুল পৰিৱেশৰ সৃষ্টি নকৰিব। ( Religious Studies )


৪/অমাৱশ্যাৰ দিনত আমিষ আহাৰ গ্ৰহণ কৰা উচিত নহয়। এই দিনত নিৰামিষ ভোজন কৰাটো অত্যন্ত মংগল। 


৫/গৰ্ভৱতী মহিলাই এই অমাৱশ্যাত ঘৰৰ পৰা বাহিৰ হব নালাগে। যদি বাহিৰলৈ যাবলৈ বিশেষ জৰুৰী হয়, তেতিয়া লগত এখিলা তুলসী পাত লৈ বাহিৰলৈ ওলাব লাগে। কিন্তু অমাৱশ্যাৰ দিনত কেতিয়াও তুলসী পাত নিচিঙিব। অমাৱশ্যাৰ আগদিনাই তুলসী পাত চিঙি ৰাখিব লাগে। যদি তুলসী তলত তুলসী পাত পৰি থাকে, তেন্তে সেই তুলসী পাত লব পাৰে।।(কথাখিনি সংগ্ৰহিত)

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages