শাওন মাহত ভগৱান শিৱক কিয় আৰাধনা কৰা হয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 12, 2021

শাওন মাহত ভগৱান শিৱক কিয় আৰাধনা কৰা হয় : Religious Studies

Religious Studies

 আজি আমি শাওন মাহৰ বিষয়ে আলোচনা কৰিম। শাওন মাহত ভগবান শিৱক কিয় আৰাধনা কৰা হয়..? শাওন মাহ ভগৱানৰ কিয় প্রিয় মাহ..Religious Studies )? মানুহে ইমান কষ্ট কৰি পবিত্ৰ ধাৰাৰ পৰা জল আনি খালি ভৰিৰে ভগবান শিৱৰ লিংগত কিয় প্ৰদান কৰে আৰু কি প্ৰাপ্তি হয়..?? 


শাস্ত্র অনুসৰি যেতিয়া সাগৰ মন্থন কৰা হৈছিল তেতিয়া তাৰ পৰা বিহ নিৰ্গত হৈছিল। সমগ্ৰ জগতক ৰক্ষা কৰিবৰ কাৰণে শিৱই বিহ পান কৰি নিলকণ্ঠ হৈছিল আৰু সমগ্ৰ পৃথিৱীক ৰক্ষা কৰিছিল।

Religious Studies
যেতিয়া শিৱই বিহ পান কৰিছিল তেতিয়া সমগ্ৰ দেৱ-দেৱীয়ে তেওঁৰ শিৰত আৰু দেহত গাখীৰ আৰু পানী ঢালিছিল কাৰণ তেওঁ যাতে বিহ মুক্ত হয়। সেই সময়ত শাওন মাহ আছিল। সেই শাওন মাহত সাগৰ মন্থন হৈছিল। তেতিয়াৰ পৰাই শিৱক জ্বলাভিষেক কৰা হয়। কোনো পবিত্ৰ নদীৰ পৰা পানী আনি খালি ভৰিৰে শিৱৰ লিংগত জল প্ৰদান কৰিলে মানুহৰ মনৰ আশা সম্পূৰ্ণ হয় বুলি ধাৰণা আছে। Religious Studies )


এই কাৰণে শাওন মাহত ব'ল ব'ম … ব'ল ব'ম কৰি গঙ্গা, গুৱাহাটীৰ সন্ধা ললিতা কান্তাৰ  বশিষ্ঠৰ মিলনথলী,না বিভিন্ন নদীৰ পৰাৰা খোজ কাঢ়ি পানী আনি শিৱৰ লিংগত দিয়ে। শিৱৰ লিংগত জ্বলাভিষেক কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হয়। এইটো এটা বিশ্বাস। ইফালে এই সময় চোৱাত ভগবান বিষ্ণু যোগ নিন্দ্ৰাত থাকে । গতিকে শাওন মাহত সমগ্ৰ পৃথিৱীৰ দায়িত্ব থাকে শিৱৰ। গতিকে শাওন মাহত যাতে শিৱ অসন্তুষ্ট নহয় সেই কাৰণে শাওন মাহত শিৱক আৰাধনা কৰা হয়। 


সকলো মানুহৰ জ্ঞাত যে ভগবান শিৱ সহজ সৰল । আপুনি যি ধৰণেৰে শিৱক আৰাধনা কৰিব তেওঁ সেই ধৰণেৰে প্ৰাৰ্থনা স্বীকাৰ কৰি লয়। শাওন মাহত পাৰ্বতীয়ে শিৱৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। কোৱা হয় যে কোনোবা অবিবাহিত ল'ৰা বা ছোৱালীৰ মনত কিবা আশা থাকে এই আশা পূৰণ কৰা উপায় হ'ল ভগবান শিৱক শাওন মাহত জ্বলাভিষেক কৰা। তেতিয়া তেওঁলোকৰ মনৰ আশা সম্পূৰ্ণ হয়। ভগবান শিৱক বেল পাত দিওঁ পূজা কৰা হয়।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

Religious Studies

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


1 comment:

  1. শাওন মাহত কিয় বিবাহ পতা নহয়?

    ReplyDelete

Advertisement

Pages