প্ৰবিত্ৰ শাওণৰ মাহ যিদৰে মহাদেৱৰ ওপৰত সমৰ্পিত মাহ আৰু মহাদেৱৰ আটাইতকৈ প্ৰিয় মাহ। ঠিক সেইদৰে ভাদ মাহ হৈছে, প্ৰভূ শ্রী কৃষ্ণৰ প্ৰিয় মাহ। কাৰণ এই মাহতে তেওঁৰ জন্ম হৈছিল।( Religious Studies ) যদিহে ধৰ্মীয় দৃষ্টিত চোৱা হয়, তেতিয়া এই ভাদ মাহত, ভক্তি, স্নান, দান, ধৰ্মীয় গুণানুকীৰ্তন, ব্ৰট, উপবাস কৰাৰ বাবে, অতিকে উত্তম হিচাপে মনা হয়। এই বিশেষ মাহত, দান, ব্ৰট আদি কৰিলে, জন্ম জন্মান্তৰৰ পাপ নাশ হয়। কিন্তু বেদ আৰু পুৰাণৰ মতে, এই প্ৰবিত্ৰ ভাদ মাহত এনে কিছু কাম আছে, যাৰ ওপৰত মন দিয়া উচিৎ। অৰ্থাৎ এনে কাম কৰাটো উচিত নহয়। আৰু সেয়া হৈছে,
১/এই প্ৰৱিত্ৰ ভাদ মাহত ৰবিবাৰে, চাউল সেৱন কৰাৰ পৰা বিৰত থকা মংগল।
২/ এই ভাদ মাহত দৈ সেৱন কৰাৰ পৰা বিৰত থকা ভাল। কাৰণ এই মাহত দৈ সেৱন কৰিলে, স্বাস্থ্য ওপৰত বেয়া প্ৰভাৱ পৰিব।
৩/
মান্যতা অনুসাৰি ভাদ মাহত গুৰু সেৱা কৰা উচিত নহয়।ইয়াৰ দ্বাৰা কন্ঠস্ব বেয়া হয়। লগতে এই মাহত তিলৰ তেল সেৱন কৰাটো বৰ্জিত কৰা হৈছে। কাৰণ ই, আয়ুসৰ ক্ষেত্রত প্ৰভাৱ পেলায়।৪/এই ভাদ মাহত আনৰ ঘৰৰ পৰা দিয়া ভাত একেবাৰে নাখাব।
ইয়াৰ দ্বাৰা মা লক্ষ্মী অসন্তোষ হয়। ( Religious Studies )
৫/এই ভাদ মাহত মাংস আৰু মূলা বেঙেনা, খোৱা একেবাৰে উচিত নহয়। কাৰণ ইয়াৰ পাছত ৰৈছে বৈজ্ঞানিক কাৰণ।
৬/ভাদ মাহত ভগৱান বিষ্ণু তথা তেওঁৰে অৱতাৰ প্ৰভূ শ্রী কৃষ্ণৰ অধিক মহত্বৰ আছে যিমান দূৰত থাকে সিমানে মংগল। নহলে মা লক্ষ্মী ৰুষ্ট হব পাৰে আৰু ইয়াৰদ্বাৰা মা লক্ষ্মী পৰা শুভ ফল নাপাব।
৭/এই মাহত নাৰিকল তেলৰ ব্যৱহাৰ একেবাৰে উচিত নহয়।।
(কথাখিনি সংগ্ৰহিত)।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
ভাদ মাহত কিয় বিবাহৰ দিন নাথাকে?
ReplyDelete