শনিদেৱৰ কৃপা পাব বিছাৰে যদি এই সমূহ আজিয়ে জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 21, 2021

শনিদেৱৰ কৃপা পাব বিছাৰে যদি এই সমূহ আজিয়ে জানি লওক : Religious Studies

Religious Studies

শণি গ্ৰহ হৈছে, সকলো গ্ৰহৰ ভিতৰতে অত্যন্ত উগ্র তথা মহত্বপূৰ্ণ গ্ৰহ। সপ্তাসৰ শণিবাৰৰ দিনটোশণিদেৱৰ ওপৰত সমৰ্পিত কৰা হয়। Religious Studies )

শণিদেৱৰ কথা আমাৰ মনলৈ আহিলে কষ্ট, লোকচান, অশুভ, ইত্যাদি আদি হব বুলি ধাৰণা আহে। কিন্তু প্ৰকৃততে তেনে নহয়।যদি আপুনি ন্যায় ভাৱে কাম কৰা ব্যক্তি হয়, তেতিয়া আপুনি শণিদেৱলৈ ভয় কৰিবলগীয়া একো নাই। শণিদেৱে নিস্পাপ, নিৰপৰাধী, মানুহক কেতিয়াও দণ্ড নিদিয়ে। 


যদি ব্যক্তিৰ কুণ্ডলীত শণি গ্ৰহ শুভ হয়, তেনে লোকক শণিদেৱে ধনী কৰি তুলে। সেয়ে শণিদেৱক প্ৰসন্ন কৰি সন্তোষ কৰি ৰাখিব লাগে। আৰু শণিবাৰৰ দিনা বীৰ হনুমানৰ আৰাধনা কৰিলেও অত্যন্ত সুফল পোৱা যায়। 

শণিবাৰৰ দিনা হনুমানৰ মন্দিৰলৈ গৈ বীৰ হনুমানক সেন্দুৰ আৰু পূজাৰ অন্য সামগ্রী অৰ্পণ কৰিলে বীৰ হনুমানৰ লগতে শণিদেৱেৰো কৃপা প্ৰাপ্ত হয়। লগতে শণিদশাপৰা মুক্তি পাবলৈ হনুমান চালিচা পাঠ কৰিব। তাৰপাছত শণিদেৱৰ মন্দিৰলৈ গৈ শণিদেৱৰ পূজা অৰ্চনা কৰিব। Religious Studies )


জ্যোতিষ শাস্ত্র অনুসৰি শণিবাৰৰ দিনা মচুৰ দালি খাব নালাগে। কাৰণ ইয়াৰ সম্বন্ধ মংগল গ্ৰহৰ লগত হয়। এয়া ৰঙা ৰংৰ খাদ্য মংগল আৰু শণিৰ দুয়োজনৰে স্বাভাৱ ক্ৰোধিত হয়। তেনে ক্ষেত্রত শণিবাৰে মচুৰ দালি খালে, খোৱাজনৰো স্বভাৱ ক্ৰোধিত হব পাৰে। 


দ্বিতীয়তে,শণিবাৰৰ দিনা ৰঙা জলকীয়াও সেৱন কৰিব নালাগে। ৰঙা আৰু জ্বলা শণিদেৱৰ পচন্দৰ নহয়। শণিদেৱে শীতল পদার্থ পচন্দ কৰে। 


তৃতীয়তে,শণিবাৰৰ দিনা, আচাৰ টেঙা জাতীয় বস্ত আৰু আম খোৱাৰপৰা দূৰত থাকিব লাগে। শাস্ত্ৰ অনুসৰি, ইয়াৰ দ্বাৰা শণিদেৱৰ অশুভ প্ৰভাৱ পৰিব পাৰে,যি স্বাস্থ্যৰ বাবে হানিকাৰক।

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Religious Studies )

No comments:

Post a Comment

Advertisement

Pages