পবিত্ৰ শাওণ মাহত জানো আহক মহাদেৱৰ বিষয়ে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, August 5, 2021

পবিত্ৰ শাওণ মাহত জানো আহক মহাদেৱৰ বিষয়ে : Religious Studies

Religious Studies

... আদি-অন্ত-মহাদেৱ... 

 শিৱ-শংকৰ-শম্ভু-মহাদেৱ... 

মহাদেৱক শাস্ত্ৰত সংসাৰৰ মৰ্য্যাদা দিয়া হয়.. 


মহাদেৱৰ জন্মৰ কথা-বেলেগ-বেলেগ পুৰাণত বেলেগ-বেলেগ কথাৰে প্ৰচলিত আছে.. ( Religious Studies )


 শিৱপুৰাণৰ মতে মহাদেৱক-শম্ভু মনা যায়... 

ইয়াৰ অৰ্থ হৈছে-তেওঁৰ উৎপত্তি নিজে হৈছিল আৰু কেতিয়াও অন্ত নাই..। ।


বিষ্ণু পুৰাণৰ মতে-

এবাৰ ব্ৰহ্মাক-এটা সৰু লৰা'ৰ প্ৰয়োজন হৈছিল,সেইবাবে ব্ৰহ্মাই-ঘোৰ তপস্যা কৰিছিল। ব্ৰহ্মাই-তপস্যা কৰি থাকোতে/তেতিয়া তেওঁৰ কোলাত-কান্দি থকা মহাদেৱৰ উৎপত্তি হল। ব্ৰহ্মাই কান্দি থকা শিশুকটিক দেখি সুধিলে তুমি কিয় কান্দিছা..!! তেতিয়া-শিশু সুলভ মনেৰে মহাদেৱে কলে যে,তেওঁৰ নাম ব্ৰহ্মা নহয় বাবে তেওঁ কান্দিছে.।তেতিয়া ব্ৰহ্মা'ই মহাদেৱৰ নাম-ৰুদ্ৰ ৰাখিলে।ৰুদ্ৰ'ৰ অৰ্থ হৈছে-কান্দি থকা..।। ( Religious Studies )


মহাদেৱে-ব্ৰহ্মা পুত্র হৈ-জন্ম লোৱাতোবিষ্ণু পুৰাণত আন এক কথা মতে,যেতিয়া আকাশ পাতাল-ধৰিত্ৰি সৈতে সমগ্র বিশ্বব্ৰহ্মাণ্ডৰ জলমগ্ন হৈ আছিল।তেতিয়া বিষ্ণু-ব্ৰহ্মা-মহেশ্বৰ বাদে কোনো দেৱতাগণ নাছিল।তেতিয়া বিষ্ণুৱে।কেৱল জলত শ্ৰেচ নাগৰ ওপৰত বিৰাজমান হৈ থাকিব পাৰিছিল।তেতিয়া তেওঁৰ নাভিৰ কমলৰ নালত ব্ৰহ্মা জন্ম হল।তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুয়ে- সৃষ্টিৰ সম্বন্ধে কথা পাতি আছিল।আৰু তেনে সময়তেই মহাদেৱও তাত প্ৰকত হল।


তেতিয়া ব্ৰহ্মা'ই মহাদেৱক চিনি নাপাঁও বুলিলে।সেইবুলি ব্ৰহ্মা'ই কোৱাত-মহাদেৱৰ জগৰ লগা শংকা কৰি বিষ্ণৱে ব্ৰহ্মাক মহাদেৱৰ বিষয়ে অৱগত কৰি দিলে।তেতিয়া ব্ৰহ্মা'ই নিজৰ ভূল বুজি মহাদেৱৰ ওচৰত ক্ষমা বিচাৰি ব্ৰহ্মাৰ পুত্র ৰূপত মহাদেৱক জন্ম লবলৈ আৰ্শীবাদ বিচাৰিলে..।ব্ৰহ্মাৰ প্ৰাৰ্থনাত মহাদেৱ সন্তস্ত হৈ ব্ৰহ্মাক আৰ্শীবাদ কৰিলে.... 

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages