আপোনাৰো আছে নেকি এই তিনিটা লক্ষণ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 31, 2021

আপোনাৰো আছে নেকি এই তিনিটা লক্ষণ : Religious Studies

Religious Studies

মহাভাৰতত বিদুৰে এই ৩টা লক্ষণৰ কথা উল্লেখ কৰিছে।
Religious Studies
যাৰ মাজত এই ৩ টা লক্ষণ দেখা যায়,তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ সদায়ে থাকে। সেই ব্যক্তিজনক কোনেও একো কৰিব নোৱাঁৰে।( Religious Studies )

তলত সেই বিশেষ লক্ষণ তিনিটা উল্লেখ কৰা হল।


মহাদেৱৰ কৃপা প্ৰাপ্ত ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰি ভালপাই। এনে ব্যক্তি দেখাতকৈ গুণ বেলেগ হয়৷ এনে ব্যক্তিয়ে আনৰ ওচৰত গৌৰৱ নকৰে। ভুলটো আনক কঠোৰ কথা নকয়। আৰু কেতিয়াও কাকো জানিবুজি অপমান নকৰে। 


মহাদেৱৰ কৃপা প্ৰাপ্ত ব্যক্তি পশু প্ৰেমী হয়। কেতিয়াও নিৰপৰাধী, নিৰ্দোষী, অমাত জীৱ জন্তুৰ ওপৰত অত্যাচাৰ নচলায়। মহাত্মা বিদুৰে কৈছিল যে, যি ব্যক্তিৰ, বিপুল ধন সম্পত্তি, জ্ঞান, ঐশ্বৰ্য্যা, লক্ষ্মী আদি লাভ কৰে, তাৰপাছত অহংকাৰ নকৰে, সদায়ে সকলোৰে লগতে বিনম্ৰতাৰে ব্যৱহাৰ কৰে, তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ কৃপা সদায়ে থাকে। 


যিয়ে পৰক উপকাৰ কৰে, আনক সহায় কৰাত ততপৰ থাকে, কেৱল আনক আনন্দ দিয়াৰ উদ্দেশ্যেৰে থাকে, সমৃদ্ধিত গৌৰৱ নকৰি আনক উপকাৰ কৰে, যি ব্যক্তি অধিক বলৱান হোৱাৰ পাচটো ক্ষমতাহীন ভাবে থাকে, বলহীন সকলৰ ওপৰত অত্যাচাৰ নচলায়, কেতিয়াও নিজৰ বলৰ ওপৰত গৌৰৱ নকৰে। এনে ব্যক্তি মহাদেৱৰ প্ৰিয় হয়। আৰু যি ব্যক্তিৰ নিজৰ একো নাথাকিলেও সহনশীল হয়। নিজৰ ধন টকা পইচা নাথাকিলেও, আনক ধন দিয়া বাবে ততপৰ হয়, সদায়ে আনক সহায় কৰাৰ বাবে আগ্ৰহী থাকে, তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ কৃপা সদায়ে থাকে।( Religious Studies )


 আৰু যি ব্যক্তি দুৰ্লভ  বস্তু পোৱা ইচ্ছা নাৰাখে, যিকোনো বস্তু অধিক পোৱা আশা নাৰাখে, নানান বাধা আহিলেও ভাগৰি নপৰে, ভয় আদিক অতিক্রম কৰিব পাৰে, সেই ব্যক্তিৰ ওপৰত মহাদেৱৰ কৃপা সদায়ে থাকে।


ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages