শাওণ মাহত মংগল বাৰৰো আছে বিশেষ মহত্ব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, August 3, 2021

শাওণ মাহত মংগল বাৰৰো আছে বিশেষ মহত্ব : Religious Studies

Religious Studies

শাওণ মাহক বহুতো প্ৰৱিত্ৰ মাহ হিচাপে মনা হয়। এই শাওণ মাহত ভগৱান শিৱৰ জন্ম মাহ হিচাপে গণ্য কৰা হয়। এই শাওণ মাহৰ সোমবাৰ কেইটা যিদৰে, বিশেষ মহত্ব আছে, ঠিক সেইদৰে, এই শাওণ মাহৰ প্ৰত্যেকটি মংগলবাৰৰো অধিক মহত্ব আছে। এই শাওণ মাহৰ মংগলবাৰে বীৰ হনুমানৰ পূজা কৰিলে, বীৰ হনুমানৰ বিশেষ কৃপা প্ৰাপ্ত হয়। ( Religious Studies )


কোৱা হয় যে, শাওণ মাহত যদি মহাদেৱক প্ৰসন্ন কৰিবলৈ বিচাৰে, তেন্তে মংগলবাৰে বীৰ হনুমানৰ লগত জড়িত এই উপায় কৰা উচিত, কাৰণ বীৰ হনুমান মহাদেৱৰে অৱতাৰ। গতিকে শাওণ মাহৰ মংগলবাৰ কেইটি বীৰ হনুমানৰ বিধি পূৰ্ৱক পূজা অৰ্চনা কৰিব লাগে। তেতিয়া বীৰ হনুমানৰ লগতে মহাদেৱো সন্তুস্ত হব।। ( Religious Studies )


১) এই শাওণ মাহৰ মংগলবাৰৰ সন্ধিয়া ঘৰতে বীৰ হনুমানৰ মুৰ্টি বা, ফটোৰ ওচৰত এগচি ঘিঁউৰ প্ৰদীপ নিশ্চয় প্ৰজলন কৰিব। ইয়াৰ পাছত হনুমান চালিচা পাঠ কৰিব। এনে কৰিলে বীৰ হনুমান অত্যন্ত সন্তুস্ত হয় লগতে মহাদেৱো সন্তুস্ত থাকে। আৰু ভক্তক দুহাত ভৰাই আৰ্শীবাদ প্ৰদান কৰে। 


২) শাওণ মাহৰ মংগলবাৰৰ দিনটিত সন্ধ্যা সময়ত আহঁত গছৰ তলত এগচি শুদ্ধ সৰিয়হৰ প্ৰদীপ প্ৰজলন কৰিব। ইয়াৰ পাছত এই মহামন্ত্রটি জাপ কৰিব। 

"ঔঁ ৰাম দূতায়ে নমাঃ"

এনে কৰিলে নিশ্চয় আপোনাৰ সমস্যা দূৰ হব।।।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages