পবিত্ৰ শওণ মাহত মহিলাসকলে নিম্নলিখিত কেইপদ বস্তু বেলেগক দিয়া বা দান কৰাটো উচিত নহয় বুলি মনা হয়।( Religious Studies )সেয়ে, যদি মহিলা সকলে এই ৫ টা বস্তু দান কৰে, তেন্তে দাম্পত্য জীৱনত বহুতো অসুবিধা আহি পৰিব, লগতে স্বামীৰ দুৰ্ভাগ্যও নামি আহিব পাৰে। পৰাপক্ষত মহিলাসকলে শাওণ মাহত এই কেইপদ বস্তু কাকো নিদিব।
এতিয়া জানো চোন আহক সেই বস্তু কেইপদৰ বিষয়ে-
১/শাওণ মাহত মহিলাসকলে বগা কাপোৰ বা বগা ফুল কেতিয়াও দান কৰা উচিত নহয়।মান্যতা আছে যে, যদি শাওণ মাহত মহিলাসকলে বগা কাপোৰ বা বগা ফুল দান কৰে, তেতিয়া জীৱনলৈ দুৰ্ভাগ্য নামি আহিব পাৰে। সেইবাবে শাওণ মাহত ভুলটো মহিলাসকলে বগা ফুল বা বগা কাপোৰ দান কৰাটো উচিত নহয়।
২/এই শাওণ মাহত ঘৰত ব্যৱহাৰ কৰা পূজা কৰাৰ সামগ্রী আন কাকো দান কৰা বা ব্যৱহাৰ কৰিবলৈ দিয়া উচিত নহয়। যদি মহিলাসকলে শাওণ মাহত পূজা কৰাৰ সামগ্রী আনক দিয়ে, তেনেহলে ঘৰখনত সোনকালেই দৰিদ্ৰতাই বিৰাজ কৰিব। লগতে ঘৰৰপৰা মা লক্ষ্মী দূৰ হৈ যাব। আপোনাৰ ঘৰৰ ওপৰত মহাদেৱৰ বেয়া দৃষ্টি পৰিব। লগতে বেয়া বস্তুৰ প্ৰভাৱ বৃদ্ধি পাব।সেইবাবে মহিলাসকলে শাওণ মাহত ভুলতো ঘৰত ব্যৱহাৰ কৰা পূজা কৰাৰ সামগ্রী আনক দিয়াটো উচিত নহব।
৩/শাওণ মাহত মহিলাসকলে কাকো লোহা বা লো দান নকৰিব। যদি দান কৰে, তেনেহলে অতি সোনকালে আপনৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব। পাৰে।আৰু ঘৰত কোনোবা অসুস্থ হোৱা দেখা পাব পাৰে।( Religious Studies )
৪/তুলসী পুলি বা তুলসী গছ মহিলাসকলে শাওণ মাহত আনক দিয়াটো উচিত নহয়। কোনোবাই খুজিলেও শাওণ মাহত দিব নেপায়। অন্য মাহত দিব, কিন্তু শাওণ মাহত তুলসী নিদিব। যদি শাওণ মাহত তুলসী দান কৰে, তেন্তে ঘৰলৈ দুৰ্ভাগ্য নামি আহিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ হানি হব।
৫) ঘৰত ব্যৱহাৰ কৰা ঝাৰু শাওণ মাহত আনক দিয়া উচিত নহয়। শাওণ মাহত ঝাৰু দান কৰিলে, ঘৰখনত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি হব। আৰু ঘৰখন দিনক দিনে বেয়া অৱস্থালৈ আহিব। ঘৰখনত কোনো শুভ কাম সম্পাদন নহব। আৰু কিবা কাম কৰিব বিচাৰিলেও আপুনি, সেই কাম সমাধা নোহোৱাকৈ ৰৈ যাব।
উক্ত কাৰণবোৰৰ বাবেই মহিলাসকলে শাওণ মাহত এই কেইপদ বস্তু আনক দান দিয়াৰ পৰা বিৰথ থকাটো ভাল।
ঔঁ নমঃ শিৱাই…
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Religious Studies )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment