শাওণ মাহৰ সোমবাৰত এই মন্ত্ৰ জপ কৰিলে দূৰ হয় সকলো বিপদ বিঘিনি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 2, 2021

শাওণ মাহৰ সোমবাৰত এই মন্ত্ৰ জপ কৰিলে দূৰ হয় সকলো বিপদ বিঘিনি : Religious Studies

Religious Studies

শাওণ মাহৰ সোমবাৰ কেইটাত অৱশ্যে কৰক এই সহজ সৰল উপায়, তেতিয়া দেখা পাব, মহাদেৱৰ চমৎকাৰ( Religious Studies )। আপোনালোক সকলোৱে জানে যে, মহাদেৱে সন্তুস্ত অলপ ভক্তিতে হয়। 

গতিকে শাওণ মাহ যিহেতু ভগৱান শিৱৰ অত্যন্ত প্ৰিয় মাহ। এই শাওণ মাহত প্ৰত্যেকটি সোমবাৰে মহাদেৱৰ এই ৰুদ্ৰ মন্ত্র জপ কৰিলে ভগৱান শিৱ অত্যন্ত সন্তুস্ত হয় আৰু ভক্তক দুহাত ভৰাই আৰ্শীবাদ প্ৰদান কৰে। 

এই ৰুদ্ৰ মন্ত্র জপ কৰাৰ ফলত যিকোনো ধৰণৰ বিপদ ঘটাৰ সম্ভাৱনা নাথাকে আৰু ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি হয়। পৰিয়ালৰ লোক সকলৰ মাজত সুখ শান্তি আহে। 

এই ৰুদ্ৰ মন্ত্রটি পাঠ কৰাৰ কিছু নিয়ম আছে। 


১/পুৱা স্নান আদি কৰি, শুদ্ধ বস্ত্ৰ পৰিধান কৰি, নিয়মিত ভাৱে এই মন্ত্র জপ কৰিব লাগে। ( Religious Studies )


২/শিৱ লিংগত গংগাজল বা গাখীৰেৰে অভিষেক কৰি, 

এই ৰুদ্ৰ মন্ত্র জপ কৰিলে, অত্যন্ত মংগল হয়। 


৩/এই ৰুদ্ৰ মন্ত্র নিয়মিত ভাৱে ১০৮বাৰ জপ কৰিব পাৰিলে, অত্যন্ত মংগল। 


৪/এই ৰুদ্ৰ মন্ত্র জপ কৰাৰ সময়ত যদি ৰুদ্ৰাক্ষ মালা থাকে, তেন্তে আৰু অধিক মংগল হয়। 

এই ৰুদ্ৰ মন্ত্রটি নিয়মিত ভাৱে, একাগ্ৰতাৰে

মনত শ্ৰদ্ধা ৰাখি জপ কৰিলে, অনেক ফল লাভ হয়। এই ৰুদ্ৰ মন্ত্রটি হৈছে, 

  "ঔঁ নমঃ ভাগৱতে ৰুদ্ৰায়ে "। 

এই ৰুদ্ৰ মন্ত্রটি জপ কৰিলে, মনলৈ শান্তি আহে। 

 জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হয়। 

আৰু দুখ কষ্ট দূৰ হয়।।।।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages