"আপোনালোকলৈ বহুত বহুত শুভেচ্ছা থাকিল, আপোনালোকৰ ঘৰলৈ লক্ষ্মী আহিল অথবা লৰা সন্তান জন্ম হৈছে।"( Assamese Fact )
নতুনকৈ কেচুৱা জন্ম হলে এই বাক্য শাৰীৰ বাহিৰে আৰু বেলেগ বাক্য আজিলৈকে শুনিব পাইছেনে..?
যে আপোনাৰ ঘৰত intersex বা তৃতীয় লিংগ সন্তানৰ জন্ম হৈছে। কিন্তু আমি শুনিবলৈ নাপাওঁ। প্ৰত্যেক ২০০০ শিশুৰ মাজত ১ তা intersex ৰ জন্ম হয়। আজি আমি intersex ৰ বিষয়ে আলোচনা কৰিম।ভ্ৰূণ লৰা বা ছোৱালীৰ কেনেকৈ সৃষ্টি হয়। যদি বিজ্ঞানৰ ভাষাত কলে XX Chromosome হ'লে ছোৱালী আৰু XY Chromosome হলে ল'ৰা। কিছুমান মানুহে প্ৰশ্ন কৰে যে chromosome সৃষ্টি কেনেকৈ হ'ল..?
প্ৰথমতে অমি জানিব লাগিব যে মানুহৰ শৰীৰটো বহুত হাজাৰ লাখ লাখ সৰু সৰু কোষেৰে মিলি সৃষ্টি হৈছে।সকলো কোষৰ ভিতৰত নুকিলিয়াছ থাকে। যিয়ে নেকি এক প্ৰকাৰৰ কোষ নিয়ন্ত্ৰণ কৰে। নিউকিলিয়াছৰ নিচিনা দেখাত ক্ৰমজম (chromosome) ৰ ভিতৰত থাকে DNA । সেই DNA যিয়ে নেকি আমাৰ genes (জিন) হয়। ক্ৰমজম (chromosome) ৰ ভিতৰত আমাৰ genetic structure থাকে। প্ৰত্যেক কোষৰ ভিতৰত (chromosome) ত ২৩ যোৰা থাকে। ইয়াৰ 22 দেখাত একে হয় পুৰুষ আৰু মহিলাৰ। পার্থক্য মাথোঁ 23 নম্বৰ জোৰাত । হয়তো xx হব পাৰে নহ'লে xy হ'ব পাৰে।xx হ'লে ছোৱালী জন্ম হ'ব আৰু xy হ'লে ল'ৰা জন্ম হ'ব পাৰে।
এতিয়া আমি আহো ভ্ৰুণলৈ।যিটো উৎপন্ন হৈছে sperm আৰু egg ৰ সংমিশ্ৰনে।sperm যিহেটো পুৰুষৰ হয় সেয়ে ইয়াত প্ৰথমৰ পৰাই মজুত আছে xy আৰু egg যিহেটো মহিলাৰ হয় সেয়ে ইয়াত থাকিব xx , যেতিয়া দুয়োটা মিলন হব তেতিয়া কি কি combination হব। পুৰুষৰ x আৰু মহিলাৰ x ৰ মিলিলে উৎপন্ন হ'ব xx অৰ্থাৎ ছোৱালী, পুৰুষৰ y মহিলাৰ x ত মিলে তেতিয়া উৎপন্ন হ'ব xy অৰ্থাৎ ল'ৰা সন্তান। এইটো নির্দ্ধাৰন কৰিব পুৰুষৰ (chromosome) যে কাৰণ মহিলা সকলৰ ওচৰত x ৰ বাহিৰে আৰু একোৱে নাই। কিছুমান লোকে প্ৰশ্ন কৰিব যদি y শক্তিশালী হৈ যায়। কিন্তু এইটো সম্ভৱ নহয়। বিজ্ঞানে বহুত উন্নতি কৰিছে যদিও মানুহে নিজে সন্তানৰ ৰূপ নির্দ্ধাৰণ কৰিব নোৱাৰে। যদি কোনোবাই কয় ব্যায়াম কৰিলে অথবা ফল মূল খালে ল'ৰা বা ছোৱালী সন্তান হ'ব এইটো ভুল ধাৰণা।( Assamese Fact )
এতিয়া আমি তৃতীয় লিংগ অৰ্থাৎ third gender কেনেকৈ জন্ম হয় আলোচনা কৰিম। চাৰিটা স্তৰৰ ওপৰত নিৰ্ভৰ কৰে।আমাৰ শৰীৰৰ ভিতৰত reproductive organs কেনেকৈ উন্নতি হয়। যোনী অংশ অথবা privat parts ৰ বিকাশ কেনেকৈ হৈছে। ইয়াৰ পিছত (chromosome) আৰু হৰমনৰ xy ৰ পৰা ল'ৰা আৰু xy ৰ পৰা ছোৱালী। কিন্তু হৰম'নৰ ইয়াৰ মাজত কেতিয়াবা শৰীৰত অংগ সমূহৰ বিকাশ ভাল ধৰনেৰে নহয়। আমি জানো যে মহিলাৰ ওচৰত ovaries আৰু পুৰুষৰ ওচৰত testes থাকে। কিন্তু কাৰোবাৰ ওচৰত যদি দুয়োটাই থাকে। তেতিয়া ovotestis বুলি কম। সেই ধৰণৰ লিংগৰ মাজতো পাৰ্থক্য থাকিব পাৰে। কাৰোবাৰ লিংগ ডাঙৰ বা সৰু হ'ব পাৰে। এইটো সম্ভৱ যে (chromosome) ৰ ঠাইত তিনিটা আৰু কিছুমানৰ এটা (chromosome) থাকিব পাৰে। এইটো হ'ব পাৰে যে কোষ আৰু হৰম'নৰ মাজত মিলন নহয়। হয়তো হৰম'নৰ উৎপত্তি নাই হোৱা। এনেকুৱা হ'লে third gender ৰ উৎপন্ন হ'ব পাৰে। কিন্তু এইটো কোনো বেমাৰৰ লক্ষ্যন নহয়।ইয়াৰ কোনো চিকিৎসা নাই।
যদি কোনো কেঁচুৱাৰ জন্ম হয় intersex ৰ ৰূপত হয় তেতিয়া ল'ৰা বা ছোৱালীৰ সৃষ্টি কৰিব পাৰে । কিন্তু ডক্টৰ ৰ অনুসাৰে genitial surgery কৰিব পাৰি। এনেকৈ জন্ম হোৱা কেঁচুৱাক intersex বুলি কোৱা হয়। পৃথিৱীত 2000 ৰ ভিতৰত 1 টা intersex ৰ জন্ম হয়। জনসংখ্যা অনুসৰি 1.7% লোক intersex হয়।
কিছুমান লোকে সোধে যে কিন্নৰ কি হয়..? আমি উত্তৰত কব লাগিব যে কিছুমান intersex আৰু কিছুমান transgender। কিছুমান লোকে intersex আৰু transgender একে ভাবে। এই দুয়োটা বেলেগ বেলেগ হয়। transgender এনেকুৱা ব্যক্তিক কোৱা হয় যি নেকি ল'ৰা ৰূপ লৈ জন্মে। কিন্তু অনুভৱ ছোৱালীৰ নিচিনা কৰে। যিটো শৰীৰত আছে সেইটো trapped অনুভৱ কৰে। সেই কাৰণে sex change surgeries ৰ সহায় লয়, কিন্তু intersex ৰ দৰে শৰীৰত কোনো খেলি মেলিৰ সৃষ্টি নহয়। কিন্তু জনাটো বহুত প্ৰয়োজন যে gender & sexuality দুয়োটাই বেলেগ হয়। তেতিয়া আমি সমলিংগক LGBT সমূহক বুজি পাম। sexuality ত আমি বুজি পাওঁ যে সেইয়া attraction, যি নেকি opposites sexes ৰ মাজত হয়। কিন্তু আকর্ষণ লৰা বা ছোৱালীৰ মাজত হ'ব পাৰে। সম্ভৱ হবও পাৰে যে ছোৱালীয়ে অন্য এজনীৰ ছোৱালীৰ লগত আকৰ্ষণ হব পাৰে । সেইটোক lesbian বুলি কয়। ল'ৰাই যদি ল'ৰাৰ প্ৰতি আকর্ষণ হয় সেইটো gay কোৱা হয়। এইটো হব পাৰে যদি কোনো ব্যক্তি ল'ৰা আৰু ছোৱালী দুয়োটাৰ ফালে আকৰ্ষণ অনুভৱ কৰে সেইটো bisexual কয়।
আমি মনত ৰখাৰ দৰকাৰ যে intersex gender ক define কৰে sexuality ক অনুসৰি lesbian , gay, Bisexual, Transgender যি কোনো হ'ব পাৰে। মনত ৰাখিব লাগিব যে intersex লিংগক নিৰ্ধাৰণ কৰে। এইটো বহুত ডাঙৰ specturm হয়। specturm ত যি সকল লোক থাকে সেইবোৰক queer কোৱা হয়। queer শব্দৰ অৰ্থ হৈছে অদ্ভুত । সামান্যৰ জৰিয়তে অদ্ভুত মানুহৰ queer ৰ শাৰীত ৰখা।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
No comments:
Post a Comment