জানো আহক আজিৰ ৰাশিফল : Horoscope Today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, August 6, 2021

জানো আহক আজিৰ ৰাশিফল : Horoscope Today

Horoscope Today

  ২০শাওণ, শুক্ৰবাৰ ,ইং ৬ আগষ্ট,২০২১।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত  কৰ্মত শুভ হব, আজি ঘৰলৈ আত্মীয়ৰ আগমন হব পাৰে, যদিও আজি আপুনি কৰ্মত সজাগ নহলে সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


আজি দিনৰ ১২ বজত  SMJ24 ত প্ৰকাশ পাব এখন নতুন ধাৰাবাহিক "মোহময়ী হত্যাকাৰী"

২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত শুভ হব, লগতে আজি আপুনি কৰ্ম ক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ   হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ  হব,  যদিও সজাগ নহলে সামান্য ঘৰুৱা অশান্তি ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি কোনোধৰণৰ ব্যৱসায়িক লেন দেল বা ব্যৱসায়িক চুটি কৰোতে সাৱধান হোৱাটো ভাল হব।

৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, মনৰ আশা পুৰণ হব,লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত  দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে  আজি আপোনাৰ কৰ্মবোৰ সামান্য জতিলতাৰ মাজেৰে  সমাপন হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ঘৰুৱা দিশত উন্নতি হব, শুভ সংবাদ লাভ হব পাৰে, লগতে আজি আপুনি সজাগ নহলে মনত সামান্য অহংকাৰী মনোভাৱ বা মনত দাম্ভীকতা ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।( Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত দেহ মনত সামান্য আঘাট পাৱ পাৰে, লগতে কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোতসামাজিক সন্মান লাভ হব, দ্ৰব্য লাভ হব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য দুৰ্বলতাৰ সন্মুখীন হোৱাৰ যোগা দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত  দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ভ্ৰমত সফল হব, লগতে আজি আপোনাৰ সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সজাগ নহলে আৰ্থিক দিশত সামান্য জতিলতা আহিব পাৰে, লগতে আজি  আপোনাৰ সামান্য ঘৰুৱা  দিশত মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  প্ৰেমত শুভ হব, বন্ধু লাভ হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামান্য জতিলতা মাজেৰে মনৰ আশা পুৰণ হব, লগতে সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today )সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages