বীৰ হনুমান আৰু শনিদেৱৰ কৃপা পাবলৈ এইসমূহ জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 28, 2021

বীৰ হনুমান আৰু শনিদেৱৰ কৃপা পাবলৈ এইসমূহ জানি লওক : Religious Studies

Religious Studies

শণিবাৰৰ দিনটো হৈছে, শণিদেৱক পূজা কৰাৰ দিন। আৰু লগতে শণিবাৰত ৰাম ভক্ত বীৰ হনুমানক পূজা অৰ্চনা কৰা হয়।( Religious Studies ) 

Religious Studies

সেয়ে শনিবাৰৰ দিনটোত এনে কিছুমান কাম কৰিব লাগে, যিবোৰ কামৰ দ্বাৰা বীৰ হনুমান আৰু শণিদেৱ প্ৰসন্ন হয়। এই দুজন দেৱতাক সন্তোষ কৰি ৰাখিব পাৰিলে, কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় আৰু ঘৰখনলৈ কোনো ধৰণৰ বাধা বিঘিনি আহিব নোঁৱাৰে। এই কাম ভাদ মাহৰ যিকোনো শণিবাৰে কৰিলে অধিক ফল পোৱা যায়। তেতিয়া এওঁলোকৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত নিশ্চয় থাকিব। 


১/প্ৰত্যেক শণিবাৰৰ দিনটিত কাউৰীক যি পাৰে খাবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয়, ফলত জীৱনৰ দুখ কষ্ট দূৰ হয়। 


Religious Studies
২/ভাদ মাহৰ শণিবাৰ এটিত, তিল এমুঠি হাতত লৈ, শণিদেৱক স্মৰণ কৰি, ঔঁ শণিচায়ে নমঃ এই মন্ত্রটি ৩ বাৰ মনতে উচ্চাৰণ কৰি নদীত বা পুখুৰীত পেলাই দিয়ক। এনে কৰিলে অত্যন্ত মংগল হয়। লগতে অৰ্থ ক্ষেত্রত থকা যিকোনো বাধা লাহে লাহে দূৰ হবলৈ ধৰে। ( Religious Studies )


৩/ভাদ মাহৰ শণিবাৰৰ দিনটোত অসহায় লোকক, আৰ্থিক ভাৱে যি পাৰে সহায় কৰক। আৰু অন্ন ভোজন কৰিবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয় আৰু লগতে বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত থাকিব। 


৪/ভাদ মাহৰ শণিবাৰৰ দিনটোত ঘৰলৈ মগনীয়া আহিলে, খালী হাতেৰে বিদায় নিদিব। কিবা নহয় কিবা এটা দান কৰিহে বিদায় দিব। শণিবাৰৰ দিনত কিবা দান কৰিলে, ভাগ্য সলনি কৰাত সহায় কৰে। 


৫/শণিৰ মহা দশাৰ পৰষ মুক্তি পাবলৈ হলে, শণিবাৰৰ দিনটো হনুমানৰ ওপৰত অৰ্পণ কৰিব লাগে। আৰু সন্ধ্যা হনুমান চালিচা পাঠ কৰিলে, সকলো বাধা বিঘিনি দূৰ হয়। ঘৰখনলৈ পজিটিভ শক্তিৰ আগমন হয়।। (সংগ্ৰহিত)

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages