এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ২২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 29, 2021

এগৰাকী সুন্দৰী, তিনিটা ৰহস্যময় হত্যাকাণ্ড ( খণ্ড ২২ ) : Assamese Storyboard

Assamese Storyboard

 

নেহাই ৰক্তিমক ভাল পাইছিল!! কিন্তু তাইৰ বহুত আশা আছিল!!যিবোৰ সি পূৰণ কৰিব পৰা নাছিল!!( Assamese Storyboard )


নেহাই  ৰক্তিমক নোকোৱাকৈ বহুত কাম কৰিছিল!!


নেহাই তাইৰ জীৱনত কাৰো কথা শুনি কাম কৰিব বিচৰা নাছিল!!


তাইৰ মাকেও তাইক একো ক'ব নোৱাৰিছিল!!


তাই সকলোকে কয় চাকৰি কৰো বুলি কিন্তু তাই নিজৰ আশা পূৰণ কৰিবলৈ অবৈধ্য সম্পৰ্ক ৰাখিছিল বহুতৰ লগত!!


তাই নিজৰ লগতে ৰক্তিমকো তেনেকুৱা কৰি পেলাইছিল!!যাৰ ফলত সি পইচা উৰুৱাই ভাল পাইছিল আৰু য'ৰ ত'ৰ পৰা সি  পইচা ধাৰ লৈছিল!!


যাৰ ফালত তাৰ ধাৰ লাগি গৈ আছিল!!


নেহাই অশোকৰ লগতো অবৈধ্য সম্পৰ্ক গঢ়ি তুলিলে আৰু কোৱা মতে তাই লগৰজনীৰ পৰা হীৰাৰ চেইন ডাল লৈ ল'লে!!


 তাই কিন্তু অশোকৰ লগত তাইৰ সম্পৰ্ক আছে বুলি ৰক্তিমক কোৱা নাছিল!!


কাৰণ সি পইচা বিচাৰে কিন্তু তাই বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰাতোঁ নিবিচাৰে!!


তাই ৰক্তিমক অশোকৰ কথা কোৱা নাছিল আৰু  আশোককো  ৰক্তিম কথা নকলে!!( Assamese Storyboard )


অশোকে তাই লগত বহুত পইচা খৰচ কৰে!! আৰু নেহাই জীৱনৰ আনন্দ উপভোগ কৰে!! 


এনেদৰে চলি আছিল আৰু তাই আজি কালি ৰক্তিমক সময় দিব নোৱাৰা হ'ল!!আনকি তাৰ ফোন কেতিয়াবা ধৰিব ও নোৱাৰা হ'ল!!



এদিন ৰক্তিমৰ খঙ উঠিল আৰু সি তাইক ফোন কৰি সোনকাল আহিব ক'লে!!


ৰক্তিমে তাইক ক'লে-"আজিকালি কাৰ লগত প্ৰেম লীলাত ব্যয়স্ত যে মোক পাহৰি গ'লা  !!ফোন উঠাবলে ও সময় নাই!!"


তোমাক কোনোবাই মিচা কৈছে তেনেকুৱা একো নাই!!


মই তোমাক নিজেই তাৰ লগত  ঘূৰি ফুৰা দেখিছোঁ!!


তাই ৰক্তিমক যিটি কৈ বুজাই থৈ দিলে!!


এনেদৰে  তাই সকলোৰে লগত বিশ্বাস ঘাটকতা কৰি থাকিল আৰু এনেদৰে এইবোৰ চলি গৈ থাকিল!!


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in


(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল । 
( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages