চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৮ ): Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, August 1, 2021

চাৰি বন্ধুক যেতিয়া ঘেৰি ধৰিল কাল অমানিশাই ( খণ্ড ৮ ): Assamese Storyboard

Assamese Storyboard

ছোৱালীজনীয়ে আকৌ ক'বলৈ ধৰিলে এই ৰত্নাকৰে গুৰুক বিশ্বাসঘাতক কৰিছে। যাদু- মন্ত্ৰৰ কৰি যিকোনো কাম কৰিব পাৰে

( Assamese Storyboard )

। যদি এই পাথৰটো সি পায় যায় বহুত বেয়া হ'ব। মই দেৱীৰ কৃপাত ইয়াত থকাৰ বাবে সুৰক্ষিত হৈ আছোঁ। বাহিৰলৈ গ'লে মোক ৰত্নাকৰে মাৰি পেলাব। মই এই পাথৰটো গুৰুকুললৈ পঠিয়াব বিচাৰোঁ। যদি তোমালোকে মোক সহায় কৰা তেতিয়া এইটো সম্ভৱ হ'ব। এতিয়া কোৱা তোমালোকে মোক সহায় কৰিবা নে?

সিহঁতৰ তাইৰ কথাবোৰ সত্য যেন লাগিছিল। সিহঁতি সহায় কৰিম বুলি মূৰটো লৰালে।তাই আনন্দিত হৈ পৰিল। তাই চকু মুদি বহুত মৰম লগা মাতৰে দেৱীৰ প্ৰাৰ্থনা কৰিলে। অলপ পাছত তাই চকু মেলিলে আৰু ক'লে বন্ধুহঁত !আজিৰ ৰাতিটো বহুত ভাল ৰাতি । মোৰ এনেকুৱা লাগিছে যেন আজি দুষ্ট ৰত্নাকৰে শাস্তি পাব আৰু দেউতাৰ আত্মায়েও শান্তি পাব লগতে পাথৰটোও নিজৰ স্থানলৈ যাব।

( Assamese Storyboard )


 
তোমালোকেমোক সহায় কৰিলে দেৱীয়েও আমাক সহায় কৰিব। এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু দেৱী মাৰ পৰা সহায় লম যে আমাক সফল হ'বলৈ  আশীৰ্বাদ দিয়ে। তোমালোকে গা ধুই এইবোৰ কাপোৰ খুলি নতুন ধুটী পিন্ধি আহা। ইমানেই কৈ তাই চকু মুদি দিলে আৰু প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।


সিহঁতি লৰালৰিকৈ উঠিলে আৰু গা ধুবলৈ গ'ল। সিহঁতি যোৱা তাই তিনি নম্বৰ চকুৰে দি চাই আছিল।  সিহঁতি যোৱাৰ পাছতেই তাইৰ ওঁঠটো গোল হৈ গ'ল আৰু তাই আনন্দতে হাঁহি হাঁহি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তাৰ পাছত তাই উঠি আহি পূজাৰ বাবে সামগ্ৰী গোটাবলৈ ধৰিলে। ফুল,ধুপ,তেল আৰু চবতকৈ আচৰিত এটা বস্তু সেইয়া হ'ল চিকমিকাই থকা তৰুৱাল। তাৰ পাছত তাই সিহঁতৰ বাবে অপেক্ষা কৰি থাকিল।


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages