ৰক্তিমৰ হত্যা কাণ্ড গোটেই বাতৰি কাকত বিয়পি আছিল আৰু এজন পত্ৰকাৰ বিমান তেওঁ হত্যা কাণ্ডৰ ওপৰত কিতাপ লিখে !! তেওঁ ৰক্তিমৰ হত্যা কাণ্ডৰ বিষয়ে জানিব বিচাৰিছিল!!
বিজয় নাথে আজি শেষবাৰৰ বাবে সকলো চাই চিতি প্ৰায় দোষী বিচাৰি পালে!( Assamese Storyboard )
বিমানে বিজয় নাথৰ ওচৰত বহি আজিৰ তথ্যবোৰ ল'ব বিচাৰি আছিল!!
বিমানে দেখিলে যে বিজয় নাথে জিপখন উলিয়াবলৈ আদেশ দিলে আৰু ক'লে-" জিপখন সোনকাল উলিওৱা !! আমি যাব লাগিব............ কাৰণ মোৰ সংবাদ দাতাৰ ফোন আহিছে অপৰাধী ঘৰতে আছে!!
বিমান আহি লগ পাম এতিয়া আমি যাব লাগে!!
পুলিচ গৈ কিশোৰ আৰু তাৰ লগৰ যদু মধু আৰু বৃস্তিক এৰেষ্ট কৰিলে!!
সকলো থানত আছিল!! পুলিচে ক'লে-"ৰক্তিমৰ হত্যা বৃস্তি আৰু অশোকে কৰা নাই..................!!ৰক্তিমৰ হত্যা কিশোৰে যদু আৰু মধুৰ হতোৱাই কৰাইছে!!!
কাৰণ বহুত দিনৰ পৰা ৰক্তিমে তেওঁলোকক ভয় খোৱাই আছিল আৰু তাৰ বাবে কিশোৰেই ৰক্তিমক দহ লাখ টকা চুৰ কৰি দিছিল!!
বৃস্তি আগতে ৰক্তিমৰ প্ৰেমিকা আছিল............... আৰু সিহঁতৰ এৰা এৰি নেহাৰ বাবেই হৈছিল!!! তাৰ পাছত মনোজক দহ লাখ টকাৰ অভিযোগত ফচা দেখি চক্ খাই উঠিছিল........................
ৰক্তিমেই নেহা আৰু মনোজৰ ভিডিঅ' বনাইছিল তাক ফঁচাবলৈ!!
তাই নেহাক মাৰিব গৈছিল কিন্তু ৰক্তিমে নেহাক কৈ থকা কথাবোৰ শুনি তাই ৰক্তিমক মাৰিবলৈ তাৰ মদত বিষ মিলাই তাৰ পৰা গুচি আহিলে!! তাৰ পাছত যদুৱে ৰক্তিমক মাৰি পেলালে আৰু মধুৱে তাক সহায় কৰিলে!!
অশোকক নেহাই বিশ্বাস ঘাটকতা কৰিছিল বাবে সি ৰক্তিমক মাৰিবলৈ তালৈ গৈছিল !!
ৰিপ'ৰ্টৰ মতে ৰক্তিমৰ মৃত্যু ডিঙি চেপা বাবে হৈছিল আৰু তাৰ মৃত্যু ৯-৩০ হৈছিল!! কিন্তু অশোকক ১১ বজাত তাত ধৰিছিল যাৰ কাৰণে সি দোষী নহয়!!
বৃস্তি আৰু অশোকৰ ওপৰতো হত্যা অভিযোগ দাখিল হ'ল হয়!! কাৰণ সিহঁতি ও ৰক্তিমক মাৰিব বিচাৰিছিল!!
কিন্তু ৰক্তিমৰ দেউতাকে ক'লে-"যিয়ে হত্যা কৰিছে তাক শাস্তি দিয়ক আৰু এওঁলোকক এৰি দিওঁক এওঁলোকৰ একো দোষ নাই....................!!! সেই কাৰণে বৃস্তি আৰু অশোকক এৰি দিয়া হ'ল!!( Assamese Storyboard )
এনেদৰে এই হত্যা কাণ্ডটো সমাধান হ'ল!! কিন্তু বিমানৰ বাবে আৰম্ভ হৈছিল!!
বিমানৰ মনত বহুত প্ৰশ্ন আছিল বৃস্তি আৰু ৰক্তিমে কেনেকৈ লগ পাইছিল নেহা কেনেকৈ সিহঁতৰ এৰা এৰি হোৱা কাৰণ আছিল!!
কিশোৰে কি কাৰণত ৰক্তিমক মাৰি পেলালে আৰু ৰক্তিমে কিশোৰক কি কথাত ভয় কোৱাই আছিল!!
সি সদায় কথাবোৰ বহলকৈ জানিবলৈ বিজয় নাথৰ ওচৰলৈ যায় আৰু তাৰ পাছত বৃস্তি আৰু নেহা ওচৰলৈ যায়!!!
সি জেললৈ গৈ কিশোৰ যদু মধুক লগ কৰি কথাবোৰ সুধে এনেদৰে সকলোৰে লগত কথাবোৰ বহল ভাবে আলোচনা কৰি সি বহুত দিনৰ পৰা লিখি থকা কিতাপ খন লিখি উলিয়ালে!!
এজনী ছোৱালী বাবে বহুত হত্যাকাৰী হৈ পৰিল আৰু যাৰ কাৰণে হ'ল তায়ে হ'ল "হত্যাকাৰী ধুনীয়া ছোৱালীজনী"!!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনে দিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment